Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

গোলাঘাট জিলাত লালিগুৰৰ ৰমৰমীয়া ব্যৱসায়

ৰাজ্যৰ স্বাস্থ্য তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰীক মহকুমা সাংবাদিক সংস্থাৰ  স্মাৰক পত্ৰঃতাতক্ষনিক ব্যৱস্থা গ্ৰহনৰ বাবে উপায়ুক্তক নিৰ্দেশ গোলাঘাট জিলাত দীৰ্ঘদিনৰে পৰা অবৈধ লালিগুৰৰ এক ৰমৰমীয়া ব্যবসায় চলি আছে । বিশেষকৈ চুলাই মদ
Read More...

ধিঙৰ চৰাঞ্চলত গুণ্ডা কৰ আদায় নিদিলে নিৰীহ জনতাৰ উপৰত চলে অত্যাচাৰ ।

নতুন ৰাজ্য চৰকাৰ খনে যি সময়ত অপৰাধ, ড্ৰাগছ অসামাজিক কাৰ্য্য কলাপৰ বিৰুদ্ধে যুদ্ধংদেহী মনোভাৱ গ্ৰহণ কৰিছে সেই সময়তে চৰাঞ্চল সমূহত অব্যাহত আছে মাতাব্বৰীৰাজ । চৰাঞ্চল সমূহত চৰকাৰৰ শাসন নচলে চলে মাতাব্বৰৰ শাসন । ধিঙৰ পাৰ্চবৰ্তী ব্ৰহ্মপুত্ৰৰ চৰ
Read More...

চৰকাৰে দিব বিনামূলীয়া গেছ সংযোগ : অনলাইনযোগে কৰক আবেদন

Free LPG Connection: কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়া ৰন্ধন গেছৰ সুবিধা প্ৰদান কৰা হয়। যদি আপুনিও এই সুবিধাৰ সুবিধা ল'ব বিচাৰে, তেন্তে এতিয়া ঘৰত বহিয়েই আপুনি ইয়াৰ বাবে আবেদন কৰিব পাৰে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে
Read More...

এজন গৃহৰক্ষীয়ে দেখুৱালে কর্তব্যনিষ্ঠাৰ অনন্য নিদর্শন : ৰাজ্যজুৰি প্রশংসা হোমগার্ড বৰছিং বে’ক

ৰছিং বে’ বৃত্তিত এজন হোমগার্ড৷ কার্বি আংলঙত কর্মৰত৷ দৰমহাৰ নামত মাহে পায় নামমাত্র ধন৷ ওপৰৱালাৰ হুকুম, গালি–গালাজ নির্বিবাদে মানি লৈ নীৰৱে কর্তব্য পালন কৰি যায়৷ অভাৱগ্রস্ত জীৱন কোনোমতে জোৰা–টাপলি মাৰি চলি আছে৷ অনাটনবোৰ দূৰ কৰিবলৈ প্রয়োজন
Read More...

ৰাজ্যৰ বৰ্ধিত নিবনুৱা সমস্যাৰ মাজতেই পানী ফিল্টাৰ কৰা মেচিন বিক্ৰী কৰি স্বাৱলম্বী হৈছে মাজবাটৰ এজন…

দেশৰ লগতে ৰাজ্যৰ বৰ্তমানৰ সকলোতকৈ ডাঙৰ সমস্যাই হল নিবনুৱা সমস্যা । বৰ্ধিত নিবনুৱা সমস্যাই ৰাজ্য বাসীক চিন্তিত কৰি তোলা সময়ত ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ওৰাঙৰ এজন কিশোৰ শৰ্মা নামৰ যুৱক জনে অঞ্চলটোৰ ৰাইজৰ চকু
Read More...

বিশ্বনাথত নৱনিৰ্মিত ক’ভিড প্ৰতিষেধক ভড়ালৰ শুভ উদ্বোধন কৰিলে অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা বিশ্বনাথ জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই মঙলবাৰে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ সমিপত প্ৰায় চাৰি লাখ টকা ব্যয়সাপেক্ষে নিৰ্মিত ক’ভিড
Read More...

ফটাশিল,আমিনগাঁওত আবকাৰী বিভাগৰ অভিযান : দেশী-বিদেশী সুৰা জব্দ,৩ জনক আটক

ক'ভিড কেন্দ্ৰীক ভয়াবহতা স্বত্তেও গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলৰে চলাই আছে দেশী - বিদেশী অবৈধ সুৰাৰ বেহা । এনে অবৈধ বেহা বন্ধ কৰিবলৈ   আবকাৰী বিভাগৰ  কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাসৰ  নেতৃত্বত কালি দিনৰ ভাগত  গুৱাহাটী সদৰ
Read More...

গোলাঘাটত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ ক’ভিড প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন :পৰিস্থিতি সাপেক্ষে…

গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি জিলাখনৰ বিভিন্ন ক'ভিড প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন কৰে। দুপৰীয়াৰ ভাগত উপস্থিত হোৱা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে গোলাঘাটৰ স্প'ৰ্টচ কমপ্লেক্সত থকা ক'ভিড
Read More...

দ্বিতীয়বাৰৰ কাৰণে বাতিল হ’ল অমৰনাথ যাত্ৰা

দ্বিতীয়বাৰৰ কাৰণে বাতিল হ’ল অমৰনাথ যাত্ৰা দেশত কৰ’নাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত শ্ৰী অমৰনাথ শ্ৰীণ ব’ৰ্ড আৰু ৰাজ্য চৰকাৰৰ মাজত হৈছিল আলোচনা জম্মু কাশ্মীৰৰ চৰকাৰে এই বিষয়ে জাৰি কৰিছে নিৰ্দেশনা
Read More...

BREAKING দোষমুক্ত কৃষক নেতা! জামিন লাভ কৰিলে অখিল গগৈয়ে

আজি এন আই এ আদালতত হাজিৰ কৰোৱা হয় অখিল গগৈক । চাবুৱা থানাৰ গোচৰত জামিন লাভ। NIA আদালতে দোষমুক্ত কৰে গগৈক। অখিল গগৈৰ ওপৰত এতিয়া চানমাৰী থানাৰ শুনানি বাকী আছে। এই ক্ষেত্ৰত অধিবক্তাই কয় যে NIA ৰ দুটা গোচৰ আছিল। চান্দমাৰী আৰু
Read More...