Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

মাদাৰ বৃদ্ধাশ্রমত অভাৱনীয় পৰিস্থিতি

মহানগৰীৰ হাতীগাঁওস্থিত মাদাৰ বৃদ্ধাশ্রমৰ সভাপতি–সম্পাদকৰ সংঘাতক কেন্দ্র কৰি সোমবাৰে বৃদ্ধাশ্রমত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ প্রাপ্ত খবৰ অনুসৰি হাতীগাঁৱৰ মাদাৰ বৃদ্ধাশ্রমৰ প্রতিষ্ঠাপক সভাপতি উৎপল হর্ষবর্ধনৰ বিৰুদ্ধে সম্পাদকগৰাকীয়ে
Read More...

ধিং এক্সপ্রেছ হিমা দাসৰ আন এক সাফল্য

পাটিয়ালাত অনুষ্ঠিত ভাৰতীয় গ্ৰাঁ প্ৰিত ৪×১০০ ৰিলে’ ৰেচত ৩ সহযোগীৰ সৈতে স্বৰ্ণ জয় হিমাৰ ০.০৮ ছেকেণ্ডৰ বাবেহে অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হিমা
Read More...

ভূৰাগাঁৱৰ বালিডোঙাত সংঘটিত হোৱা নাৰকীয় ঘটনাৰে জড়িত দোষীক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবীত ছাত্র…

মৰিগাঁও জিলাৰ ভূৰাগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত বালিডোঙাত গাৱঁত বৰিবাৰে সংঘটিত হৈছিল এক নাৰকীয় ঘটনা। গাওঁখনৰে আকাবৰ আলীৰ কণ্যা ছুমি আনছাৰি নামৰ ৯ বছৰীয়া শিশুক কোনোবা দুৰ্বৃত্তই হত্যা কৰি পেলাই থয় মৰাপাট খেতিৰ মাজত। উক্ত নাৰকীয় ঘটনাক
Read More...

আজিৰে পৰা অম্বুবাচী ! নাই লাখ লাখ ভক্তৰ সমাগম

আজি অৰ্থাত মঙলবাৰৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হ’ব অম্বুবাচী। অৱশ্যে কৰ’ণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অতি সাধাৰণ ভাৱে অনুষ্ঠিত কৰা হ’ব অম্বুবাচী। অইন বাৰৰ দৰে এইবাৰ দেশ বিদেশৰ লাখ লাখ ভক্তৰ সমাগম দেখিবলৈ পোৱা নাযাব কামাখ্যাত। কিয়নো
Read More...

গোলাঘাট মুৰফুলনীত বন্যহস্তীৰ সন্ত্ৰাস : গুৰুতৰভাৱে আহত এজন

আজি পুৱা গোলাঘাট ১ নং মুৰফুলনী গাঁৱত  বন্য হস্তীৰ আক্ৰমণত  গুৰুতৰভাৱে আহত  এজন লোক । আহত ব্যক্তি গৰাকীৰ নাম হ'ল হৰেণ গগৈ ।জানিব পৰা মতে,  পুৱা প্ৰায় ৭-০০ বজাত  নদীত গা-ধুবলৈ যাওঁতে  বনৰীয়া হাতীয়ে  আক্ৰমণ কৰে লোকজনক । শৰীৰত বিভিন্ন অংশ
Read More...

দুমুনিচকী ৰাজ্যিক চিকিৎসালয়ত দৰঙৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

কালি দুমুনিচকী ৰাজ্যিক চিকিৎসালয়ত উপস্থিত হয় দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী।ৰাজ্য জুৰি আজিৰ পৰা আৰম্ভ হোৱা ১৮ বছৰ বয়সৰ ওপৰৰ ব্যক্তি সকলৰ বাবে আৰম্ভ কৰা ভেকচিন কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰাৰ উদ্দেশ্যৰে মন্ত্ৰী চন্দ্ৰ মোহন
Read More...

ক’ভিড ভেকচিন ল’লে সন্তান জন্ম নহব,দুই বছৰৰ পিছত মৃত্যু হব,কিডনী উলিয়াই লব আদি ব্যাপক হাৰত…

মাজবাটৰ ধনশ্ৰী চাহ বাগিছাত কভিড পজিটিভ-৬৮,কভিড পৰীক্ষা কৰিলে স্বাস্থ্য কৰ্মী ভাবুকি,শ্ৰমিক সকলে কভিড টেষ্ট নকৰে,ভেকচিন নলয় ওদালগুৰি জিলাৰ অৰুণাচল সীমান্তৰ ঊনৈছ দশকতে ব্ৰিটিছে প্ৰতিষ্ঠা কৰা মাজবাট বিধানসভা সমষ্টি,মাজবাট ৰাজহ চক্ৰৰ 
Read More...

ডেৰ বছৰৰ ভিতৰত এক লক্ষ নিবনুৱাক নিযুক্তি প্ৰদান কৰিব চৰকাৰে

ৰাজ্যৰ এক লক্ষ নিবনুৱাক ডেৰ বছৰৰ ভিতৰত নিযুক্তি প্ৰদান কৰা হ'ব । শক্তিখণ্ডৰ উন্নয়নৰ বাবে ৰাজহ সংগ্ৰহত অধিক গুৰুত্ব দিয়া হৈছে। এই মন্তব্য মন্ত্ৰী বিমল বৰাৰ। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ; সাংস্কৃতিক পৰিক্ৰমা, শক্তি আৰু পৰ্যটন বিভাগৰ
Read More...

বৰপেটাত মাছ-মাংসৰ বিক্ৰেতাৰ সৈতে উপায়ুক্তৰ বৈঠক : মাংসৰ বিক্ৰেতাক প্ৰশিক্ষণ দিব পশুপালন বিভাগে

 বৰপেটা জিলাৰ মাছ-মাংসৰ বজাৰত স্বাস্থ্য সন্মত ব্যৱস্থাৰে পৰিস্কাৰ পৰিচ্চন্নতা মানি চলাতো নিশ্চিত কৰা আৰু বজাৰৰ দৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়। উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ
Read More...

কভিড প্ৰতিৰোধৰ বাবে উজনিত গাৰ্জেন মিনিষ্টাৰ হিচাপে কৃষি মন্ত্ৰী অতুল বৰাৰ পদক্ষেপ গ্ৰহণ

আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনাই ডিব্ৰুগড়ত উপস্থিত হয় কৃষিমন্ত্ৰী অতুল বৰা ।অসম চৰকাৰৰ অসম সামূহিক নিৰীক্ষণ কাৰ্যসূচী অনুসৰি যোৱা ১ জুনৰ পৰা সমগ্ৰ ৰাজ্য জুৰি গাওঁ পৰ্যায়ত সামুহিক নিৰীক্ষণ কাৰ্যসূচী পৰিচালনা কৰাৰ বাবে এক সক্ৰিয় পদক্ষেপ
Read More...