Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

জুবিনে জিলাই জিলাই গৈ আৰম্ভ কৰক মদ বন্ধ অভিযান। জুবিনে সেই কাম কৰিব পাৰিলে মালা পিন্ধাম : প্ৰাক্তন…

নলবাৰী : জুবিনক আক্ৰমণ কৰা ঘটনাটো দুৰ্ভাগ্যজনক, জুবিন আমাৰ সম্পদ। জুবিনে ৰাজ্যত মদ বন্ধ কৰক, আজি নলবাৰী জিলাৰ ৰাজীৱ ভৱনত উপস্থিত হৈ এই মন্তব্য কৰে প্ৰাক্তন বিজেপি সাংসদ আৰ পি শৰ্মাই। তদুপৰি প্ৰাক্তন সাংসদ গৰাকীয়ে কয় যে, জুবিনে জিলাই জিলাই
Read More...

সৎ-উচ্চ শিক্ষিত বিধায়কহে আমাক লাগে

পুলিন শইকীয়া দৈনন্দিন বাৰ্তা ডেস্ক : আজিৰ যুগৰ সতে খাপ খাই চলিবলৈ হ’লে শিক্ষাৰ প্ৰয়োজন অতি বেছি৷ সুশিক্ষিত এজন লোকৰ চিন্তা-কথা বতৰা সকলো দিশতে পাৰ্থক্য দেখা যায়৷ বিশ্বৰ বিভিন্ন দেশৰ মানুহৰ জীৱনধাৰা, অৰ্থনৈতিক আঁচনি জীৱন ধাৰণৰ মানদণ্ড
Read More...

টিলিং টিলিং…

✍ ৰাজীৱ কমল শইকীয়া 'মন হীৰা দৈ চাইকেল নহয় টিলিঙা, মন হীৰা দৈ ডেকা নহয় পিলিঙা, ৰহঢলা পথাৰত, আহিবা ঐ নিজানত মন হীৰা দৈ তোমাৰনো কুমলীয়া মাত...' যেতিয়াই গোলাঘাটৰ ঘৰলৈ যাওঁ, ঢেকিয়াল পোৱাৰ লগে লগে মনটো ভাল লাগে, কাৰণ-
Read More...

নাজিৰাত শিলাদিত্য বিৰুদ্ধে ঐক্য সেনা অসমৰ প্ৰতিবাদ

গেলেকী :  ৰাজ্যজুৰি অব্যাহত আছে হোজাইৰ বিতৰ্কিত বিধায়ক শিলাদিত্যদেৱৰ বিৰুদ্ধে প্ৰতিবাদ৷ ১০ আগষ্ট সোমবাৰে আবেলি পৰত নাজিৰা মহকুমা নগৰৰ অ'এনজিচি চাৰিআলিত ঐক্য সেনা অসমৰ উদ্যোগত বিধায়ক শিলাদিত্যদেৱৰ বিৰুদ্ধে পুত্তলিকা দাহ কৰি প্ৰতিবাদ
Read More...

শিল্পী সকলৰ প্ৰতি কিয় ইমান অৱহেলিত অসম চৰকাৰ

✍ ভুপেশ খাটনিয়াৰ 'কা' আন্দোলন কৰোণা মহামাৰীৰ বাবে যোৱাটো বৰ্ষৰ আধাতে ভ্ৰাম্যমান থিয়েটাৰৰ নাট্য দলসমূহে নাট সামৰিব লগা হোৱাত একাংশ শিল্পী কৰ্মীৰ জীৱনলৈ কালধুমুহা নামি আহে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আপোনাৰ নিৰ্দেশতেই সাংস্কৃতিক
Read More...

জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ এটা ফেচবুক পোষ্ট, চ’চিয়েল মিডিয়াত ব্যাপক খলকনি

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ এক ফেচবুক পোষ্টে চ’চিয়েল মিডিয়াত ব্যাপক খলকনি লগাইছে। গৰিমা শইকীয়াৰ আবেগভৰা পোষ্টটোত জুবিনৰ লৈ বিতৰ্ক কৰাসকলক উদ্দেশ্য কৰি কিছু কথা কোৱা হৈছে। যোৱাকালি জুবিন গাৰ্গক অসম
Read More...

চন্দনগিৰি পথৰ বিধস্ত ৰূপে দুৰ্ভোগ ভোগাইছে পথচাৰীক

দৈনন্দিন বাৰ্তা ডেস্ক : গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ চন্দনগিৰি পথৰ বিধস্ত ৰূপে দুৰ্ভোগ ভোগাইছে পথচাৰীৰ লগতে স্হানীয় অঞ্চলবাসী ৰাইজক৷ শিলপুখুৰীৰ পৰা নৱগ্ৰহ সংযোগী পথচোৱাত ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে৷ পথচোৱাৰ একাংশ ঠাইত খলাবমা হৈছে৷
Read More...

টীয়কত যুৱ-ছাত্ৰ পৰিষদৰ সাহাৰ্য বিতৰণ

মুদৈজান : আজি যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত টীয়ক বগৰীগুৰি অঞ্চলত বানপীড়িত ৰাইজৰ মাজত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱা, সম্পাদক প্ৰশান্ত দত্ত প্ৰমুখ্যে যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা
Read More...

পত্ৰৰ আঁ‌ত ধৰি…

✍ অংশুমান ভূঞা যোৱা কেইবাদিনো বিভিন্নজনে বাতৰি কাকতবোৰত পত্ৰযোগে কৰ'না কালত ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰক মাচুল ৰেহাই দিয়াৰ আহ্বান জনাইছে।এই আহ্বানৰ যুক্তি নথকা নহয়।কৰ'নাই বহু মানুহৰ জীৱিকালৈ সংকট নমাই আনিছে।চৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰতি
Read More...

পহিলা ছেপ্তেম্বৰৰ পৰা কণমানিহঁতক বিদ্যালয়লৈ পঠোৱা উচিত হ’বনে ?

✍ ৰশ্মিৰেখা ভট্টাচাৰ্য কৰ'না ভাইৰাছৰ দ্ৰুত সংক্ৰমণ হেতু ভীত-সত্ৰস্ত সমগ্ৰ মানৱকূল। জীৱশ্ৰেষ্ঠ মানুহ আজি নিজৰ সামৰ্থৰ ওপৰতেই সন্দিহান। এটি ক্ষুদ্ৰ ভাইৰাছে কেনেকৈ বিজ্ঞান/প্ৰযুক্তিবিদ্যাৰ গৌৰৱোজ্জ্বল ইতিহাস ম্লান কৰি বিশ্বৰ আগশাৰীৰ
Read More...