ৰাইজৰ বাৰ্তা

ৰিপুন বৰাৰ নেতৃত্বত গহপুৰত মূল্যবৃদ্ধিৰ প্ৰতিবাদ

পেট্ৰল, ডিজেল, ৰন্ধন গেছকে ধৰি নিত্যব্যৱহৃত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ আহ্বানক্ৰমে ৰূপায়িত দেশজোৰা "জনজাগৰণ অভিযান" উপলক্ষে ৰাজ্যসভাৰ সাংসদ তথা অসম...

ফিল’বাৰীৰ গাঁৱে-গাঁৱে সেনাই চলাব নিচাজাতীয় দ্ৰৱ্যৰ অভিযান

তিনিচুকীয়া জিলাৰ ফিল'বাৰী, পেঙেৰী, বুঢ়ীদিহিং আদি সিমান্তৱৰ্তী অঞ্চলত ড্ৰাগছ-কানিৰ লগতে অবৈধ নিচাজাতীয় দ্ৰৱ্যৰ ৰমৰমীয় ব্যৱসায় ক্ৰমাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । এইসমূহ নিচাজাতীয় দ্ৰৱ্যৰ...

গুৱাহাটীৰ ১০২ টা স্থানত স্থাপন কৰা হ’ব উন্নত ট্ৰেফিক লাইট প্ৰণালী

যান-বাহনৰ ভালদৰে পৰিচালনা কৰিবলৈ অতি শীঘ্ৰেই গুৱাহাটীৰ ১০২ টা স্থানত উন্নত ট্ৰেফিক লাইট প্ৰণালী স্থাপন কৰা হ'ব। গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে কয়...

গোলাঘাটৰ আজন্ম শিল্পী সিমেন দাসৰ অকাল বিয়োগ

"মৃত্যু চিৰন্তন সত্য,যদিও এই মৃত্যু অসহনীয়,অবিস্বাস্য।'' গোলাঘাটৰ বিশিষ্ট চিত্ৰশিল্পী, সাংস্কৃতিক কৰ্মী তথা তোৰণ সম্ৰাট  হিমেন দাসৰ অকাল মৃত্যু।কালি বিয়লি ২.৩৫ বজাত সকলোকে কন্দোৱাই অনন্তধামলৈ গতি...

সন্মিলিত গণশক্তি অসমৰ ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটত ২০০৫ চনত জন্ম লাভ কৰা আঞ্চলিক দল সন্মিলিত গণশক্তি অসমৰ  ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱস  দেৰগাঁও বিধানসভা সমষ্টিৰ খৰিয়ামাৰীৰ শুকুৰবৰীয়া বজাৰৰ প্ৰেক্ষাগৃহত...

Popular