ৰাইজৰ বাৰ্তা

মৰিগাঁও WUSHU Association প্ৰশংসনীয় পদক্ষেপ

ভূৰাগাঁও ,প্ৰতিবেদক :- ভাৰত তথা অসমৰ খেলুৱৈ সকলে সমগ্ৰ বিশ্বতে নিজৰ নাম উজ্জ্বল কৰা সময়ছোৱাত মৰিগাঁও WUSHU Association ৰ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত...

টীয়কৰ কবি ববী দত্তলৈ “কাব্যস্বৰ্ণ বঁটা”

কাকজান,প্ৰতিবেদক : সদৌ অসম সাহিত্য সংস্কৃতি মূলক অনুষ্ঠান "সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ,অসম "য়ে টীয়কৰ  যুগসম্ভৱা কবি ববী দত্তলৈ আগবঢ়াইছে "কাব্য স্বৰ্ণ বঁটা"। সাহিত্য আৰু...

সাহপুৰ ৰাজঘাটত শিশু দিৱস উদযাপন

পশ্চিম নলবাৰী,প্ৰতিবেদক :“মানুহে প্ৰকৃতিৰ লগত সহাৱস্থান কৰি সমাজ গঢ় দিয়ে । আকাশ ,নদী ,পথাৰ ,গছ , চৰাই-চিৰিকটি ,জীৱ-জন্তু আদিৰ  সহাৱস্থানত মানুহে সভ্যতা-সংস্কৃতিৰ জন্ম দিয়ে...

উদ্বিগ্ন অৰণ্যমানব যাদব পায়েং

নগাঁও প্ৰতিবেদক:  পৃথিবীলৈ ভাবুকি আহিছে ৷ আমি পৰিবেশ সুন্দৰ কৰিবলৈ গছ গছনি ৰোপন কৰিব লাগিব - এই মন্তব্য যাদব পায়েঙৰ ৷আজি নগাঁৱত সামাজিক অনুষ্ঠান...

আদিবাসী সকলক চাহ জনগোষ্ঠী কৰাৰ ষড়যন্ত্ৰৰ পৰা বিৰত থকাৰ আহ্বান

ওদালগুৰি, প্ৰতিবেদক: অসমৰ আদিবাসী জনগোষ্ঠীৰ অন্তভূক্ত মুণ্ডা, উৰাং, কল, ভিল, কয়া, চাওৰা, চৱৰ, কুৰ্মি, খাড়িয়া আাদি জনগোষ্ঠীসমূহক চাহ জনগোষ্ঠী ৰূপ দিব বিচৰা কাৰ্য্যক সদৌ...

Popular