ৰাইজৰ বাৰ্তা

কিমান সুৰক্ষিত শ্ৰমিক? বিদ্যুৎ পৰিবাহী তাঁৰত লাগি পুনৰ মৃত্যু শ্ৰমিকৰ

চাৰিলেনযুক্ত ঘাইপথৰ বিদ্যুৎ খুঁটাৰ কাম কৰি থাকোতেই বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় এজন শ্ৰমিকৰ ৷ শ্ৰমিকজনৰ নাম ৰামকিশোৰ, ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা...

হাফলঙত ১০ কোটি টকা ব্যয়েৰে নিৰ্মিত ‘থলুৱা সামূহিক সাংস্কৃতিক অনুশীলন কেন্দ্ৰ’ৰ শুভ উন্মোচন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে হাফলঙত প্ৰায় ১০ কোটি টকা ব্যয়েৰে নিৰ্মিত "থলুৱা সামূহিক সাংস্কৃতিক অনুশীলন কেন্দ্ৰ"ৰ শুভ উন্মোচন কৰে। এই কেন্দ্ৰত স্থানীয়...

প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে এন এইচ পি চিৰ বিৰুদ্ধে গোগামুখত আছুৰ উত্তাল প্ৰতিবাদ; আৰক্ষী আৰু আছুৰ মাজত হতা-হতি…

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত শনিবাৰে গোগামুখত আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ সোৱণশিৰি পৰীয়া ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰা সোৱণশিৰিৰ...

কটন বিশ্ববিদ্যালয়ত বিশেষ কাৰ্যসূচীত ভাগ ল’ব উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে ৩০ অক্টোবৰ, সোমবাৰে কটন বিশ্ববিদ্যালয়ত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। উক্ত দিনা উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ অধ্যাপক, শিক্ষাৰ্থী আৰু কৰ্মচাৰীসকলৰ সৈতে ১...

মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অধীনত অসমৰ পৰা নতুন দিল্লীলৈ অমৃত কলহ কঢ়িওৱা যাত্ৰীক নতুন দিল্লীত ভব্য আদৰণি মন্ত্রী বিমল বড়াৰ

স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্য্যসূচীৰ চূড়ান্ত পৰ্যায়ত কেন্দ্রীয় চৰকাৰে হাতত লোৱা "মোৰ মাটি মোৰ দেশ" শীৰ্ষক অনুষ্ঠানৰ অন্তৰ্গত অমৃত কলহ যাত্ৰাত অসমৰ বিভিন্ন জিলাৰ পৰা...

Popular