ৰাইজৰ বাৰ্তা

বিচাগাওঁ-মধুপুৰ সংযোগী পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক।

মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ কুমচাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত এটা পথ। বিচাগাওঁ-মধুপুৰ সংযোগী উক্ত পথটোৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। উক্ত পথটো ব্যৱহাৰ কৰি আহিছে...

ইটাখোলাত এগৰাকী বিবাহিতা মহিলা ২ বছৰীয়া শিশুৰ সৈতে নিৰুদ্দেশ

 শোণিতপুৰ জিলাৰ ইটাখোলাৰ সমীপ কেৰাণীপাম গাঁওৰ পৰা যোৱা ১২ অক্টোবৰৰ পৰা ২ বছৰীয়া কণ্যা সন্তানৰ সৈতে মহিলা নিৰুদ্দেশ হৈ আছে । জানিব পৰা মতে ...

ইণ্ডিয়া বুক অব ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ’ল “প্ৰতিদিন টাইম”ৰ গহপুৰৰ সাংবাদিক ৰমেন বৰাই লিখা দেশপ্ৰেমমূলক গীতটো।

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ ছয়দুৱাৰ তথা গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা, মুকুন্দ কাকতিৰ লগতে সংগৃহীত ২৬ গৰাকীকৈ স্বাধীনতা সংগ্ৰামীৰ নাম সন্নিবিষ্ট কৰি প্ৰতিদিন টাইমৰ...

কেঁচা চাহ পাতৰ মূল্য পাঁচ টকা, ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ অবস্থা।

 দুৰ্গা পূজাৰ পিছৰ পৰাই  উজনি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকল   গভীৰ সংকটৰ সন্মুখীন হোৱা দেখা গৈছে । চাহ বাগিছাৰ পাত মালিকে নিজেই তুলিব নে...

হাবি বননিয়ে ভৰি থকা লাহৰীঘাট অঞ্চলৰ এটা অংগনৱাড়ী কেন্দ্র

ৰাজ্য চৰকাৰে সমাজ কল্যাণ বিভাগে জনকল্যাণমূলক বিভিন্ন আঁচনিৰ দ্বাৰা শিশু শিক্ষাৰ উন্নয়নৰ বাবে। যথেষ্ট পৰিমাণৰ বাজেট ৰাখে। তাৰ ভিতৰত অংগনৱাড়ী কেন্দ্ৰবোৰো সামৰি লোৱা হয়।...

Popular