পাঠশালাৰ ৰূপনগৰত প্ৰসাদত বিষক্ৰিয়া। প্ৰায় ৪০গৰাকীকৈ লোক আক্ৰান্ত।
আটাইকেইগৰাকীক পাঠশালা শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি। দেওবাৰৰ নিশাৰ পৰাই পেটৰ বিষত আক্ৰান্ত হয় লোককেইগৰাকী।
শনিবাৰে নামঘৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে চুবুৰীৰ ৰাইজে আগবঢ়াইছিল শৰাই।