Breaking

দৰঙত আটক আৰক্ষী বিষয়া উৎপল বৰা

0 1,686

দৰঙৰ এগৰাকী আৰক্ষী বিষয়া আটক । আটক হল এগৰাকী অচি পৰ্য্যায়ৰ বিষয়া ।উৎপল বৰা নামৰ আৰক্ষী বিষয়া গৰাকী বৰ্তমানৰ খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত আছিল ।


দৰঙৰ ধূলা থানাত ভাৰপ্ৰাপ্ত বিষয়া হৈ থকা সময়ত এগৰাকী চিকিৎসক আৰু এগৰাকী শিক্ষকৰ বিৰুদ্ধে JJM আঁচনিৰ পাইপ চুৰীৰ এক ভুৱা গোচৰত আটক কৰা আৰু তেওঁলোকৰ পৰা ৫ লক্ষ ধন বিচৰাৰ এটা কেচ বুলি সন্দেহ কৰা হৈছে।


বৰ্তমান আৰক্ষী বিষয়া উৎপল বৰাক মঙলদৈ থানাত ৰখা হৈছে ।এতিয়ালৈকে আৰক্ষীৰ ফালৰ পৰা এই বিষয়ে কোনো তথ্য সদৰি কৰা নাই ।

Leave A Reply