Breaking

Browsing Category

ৰাজনীতি

নায়েৰ আলগাত আঞ্চলিক পঞ্চায়তৰ সভানেত্রীৰ বিপৰীতে ভিত্তিহীন বাতৰি প্ৰচাৰিত হোৱা লৈ ৰাইজৰ প্ৰতিক্রিয়া…

বিলাসীপাৰা, ৬ ডিচেম্বৰ : শেহতীয়াকৈ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অধীনৰ  মায়াৰ গাওঁ পঞ্চায়তত এম জি এনৰেখাঁ আঁচনিৰ ৰাস্তাৰ কাম উদ্বোধন নকৰাকৈ আঞ্চলিক পঞ্চায়তৰ সভানেত্রী হাচিনা খাতুনে উক্ত আঁচনিৰ ধন হৰলুকী কৰা বুলি এক মনেসজা ভিত্তিহীন বাতৰি
Read More...

ঢকুৱাখনা সমষ্টিত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠনৰ সভা

ঢকুৱাখনা,৬ ডিচেম্বৰ : "বিজেপি দলটো ৰাইজৰ স্বাৰ্থত কাম কৰা দল নহয় । এইটো হ'ল ডাঙৰ ডাঙৰ পুঁজিপতি আৰু বণিকগোষ্ঠীৰ স্বাৰ্থত কামকৰা এটা বেপাৰী ৰাজনৈতিক দল। এইখন চৰকাৰে পৰিৱৰ্তনৰ নামত ৰাজ্যত কিছুমান বাট পথৰ উন্নয়ন কৰিছে যদিও সৰ্বসাধাৰণ কৃষক
Read More...

চৰকাৰে নহয় ৰাইজে খেদিব লাগিব অবৈধ বিদেশী : হিন্দু যুৱ ছাত্ৰ পৰিষদ ; নলবাৰী জিলা প্ৰেছ ক্লাৱত সংবাদ…

নলবাৰী, ৬ ডিচেম্বৰ : কোনো এখন চৰকাৰে অবৈধ বিদেশী নাগৰিক বহিষ্কাৰ নকৰে । কিন্তু হাতেৰে নহয় কেৱল ভাতেৰে হে ৰাইজে খেদিব লাগিব অবৈধ বিদেশী সকলক--- এই আহ্বান হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ । আজি নলবাৰী জিলা প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদ মেলত
Read More...

১০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিব । এই অনুষ্ঠানত শাৰীৰিকভাৱে বা ভাৰ্চুৱেল মোডৰ যোগেৰে সকলো দলৰ নেতা আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। নতুনকৈ নিৰ্মান হব লগা সংসদ ভৱনৰ নক্সা শনিবাৰে এক
Read More...

কাইলৈ বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

কাইলৈ অৰ্থাৎ সোমবাৰে বিটিচিত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব । তাৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। নিৰ্বাচনৰ লগত জড়িত সকলো বিষয়া- কৰ্মচাৰীয়েও নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ যাবলৈ সাজু হৈছে ৷ কাইলৈ অনুষ্ঠিত হ’ব হব লগা
Read More...

৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দিন ঘোষণা । ৩ দিনীয়াকৈ অনুষ্ঠিত হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ২৮, ২৯ আৰু ৩০ ডিচেম্বৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন । কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপনৰ সম্ভাৱনা এই অধিৱেশনত।
Read More...

৮ ডিচেম্বৰত ভাৰত বন্ধ

ডিজিটেল ডেস্ক : শুকুৰবাৰে বিজ্ঞান ভৱনত  কেন্দ্ৰীয়  কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেল ৪০টা কৃষক সংগঠনৰ সৈতে আলোচনাত মিলিত হৈছিল। সেইদৰে  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙেও
Read More...

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে দিছপুৰ থানাত সত্যৰঞ্জন বৰাৰ গোচৰ

AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু কৰে বিতৰ্কিত নেতা সত্যৰঞ্জন বৰাই । বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সত্যৰঞ্জন বৰাৰ গুৰুতৰ অভিযোগ, ‘বিদেশী সন্ত্ৰাসবাদীৰ ফাণ্ড লৈ চলাইছে আজমল ফাউণ্ডেছন। বিদেশী সন্ত্ৰাসবাদীৰ ফাণ্ড লৈ
Read More...

মৰিগাঁও জিলাৰ তিৱা নিৰ্বাচনৰ প্ৰাথী তালিকা প্ৰকাশ

 মৰিগাঁও, ৪ ডিচেম্বৰ : মৰিগাঁও জিলাৰ তিৱা স্বায়ত্ব পৰিষদৰ ২০২০ চনৰ সাধাৰন নিৰ্বাচনৰ বাবে ইতিমধ্যে মনোনয়ন পত্ৰসমূহ  মৰিগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰে। জানিব পৰা মতে  সেইবোৰ ৫৯টা বৈধ বুলি মৰিগাঁও জিলা প্ৰশাসনে জনাই। ইয়াৰে জামাদাৰী (ST
Read More...

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ২৭ নং কাকী সমষ্টিৰ বাবে চুড়ান্ত প্ৰতিদ্বন্দী প্ৰাৰ্থীৰ তালিকা…

হোজাই, ৪ ডিচেম্বৰ: অহা ইং ১৭ ডিচেম্বৰ, ২০২০ তাৰিখে হ'বলগীয়া তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন হোজাই জিলাৰ অন্তৰ্গত ২৭ নং কাকী (মুক্ত) সমষ্টিৰ বাবে চুড়ান্ত প্ৰতিদ্বন্দী প্ৰাৰ্থী সকলৰ তালিকা প্ৰকাশ কৰি হোজাই জিলা তথ্য আৰু জনসংযোগ
Read More...