ৰাজনীতি

চতিয়া সমষ্টিত বলিছে নিৰ্বাচনী বতাহ

চতিয়া সমষ্টিত এতিয়া বলিছে নিৰ্বাচনী বতাহ। ৰাজ্যখনত নিৰ্বাচনী অধিসূচনা জাৰি কৰা আগলৈকে সমষ্টিটোত শাসনাধিষ্ঠ চৰকাৰখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ লগতে দলীয় সভা অনুষ্ঠিত হৈ যায়।...

ক’ভিড১৯ ভেকচিনৰ প্ৰথমটো ড’জ ল’লে হিমন্ত বিশ্ব শৰ্মাই

সোমবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল’লে ক’ভিড১৯ ভেকচিনৰ প্ৰথমটো ড’জ । গুৱাহাটী মেডিকেল কলেজ আৰু হস্পাতালক ভেকচিন গ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। উল্লেখ্য যে, সোমবাৰৰ পৰা...

গোলাঘাটৰ বিজেপি কাৰ্যালয়ত পৰ্যবেক্ষকৰ উপস্থিতিত ন বিজেপি আৰু পুৰণি বিজেপি সংঘাতৰ পূৰ্ণ প্ৰতিফলন

এইবাৰ গোলাঘাট সমষ্টিত নিৰ্বাচনী বাতাবৰণৰ  ৰং যে ধূসৰ হৈ পৰিছে সেইকথা পুনৰবাৰ প্ৰমাণ হ'ল। তিনিটা কালজুৰি কংগ্ৰেছৰ দখলত থকা সমষ্টিটো এইবাৰ বিজেপিৰ দখললৈ অহাৰ...

বিশেষভাৱে সক্ষম ভোটদাতাসকলক ডাক বেলটযোগে ভোট দিয়াৰ আহ্বান জিলা প্ৰশাসনৰ

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট  জিলাতো বিধানসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে । জিলাখনৰ খুমটাই আৰু গোলাঘাট সমষ্টিতো...

নিৰ্বাচনত ধন, সুৰাৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে ধুবুৰীত সক্ৰিয় ফ্লায়িং স্কোৱাৰ্ড

ধুবুৰী নিৰ্বাচন জিলাৰ অন্তৰ্গত ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিত নিৰ্বাচন নিকা আৰু স্বচ্ছ ভাৱে অনুষ্ঠিত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ধুবুৰী জিলা নিৰ্বাচন...

Popular