ৰাজনীতি

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ দুই সমষ্টিত অৱতীৰ্ণ মুঠ ১১ গৰাকী প্রার্থী আৰু প্ৰতীক চিহ্ন চূড়ান্ত

তৃতীয় পৰ্য্যায়ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষা আৰু প্ৰত্যাহাৰৰ দিন উকলি যোৱাৰ পিচতে অভায়াপুৰী উত্তৰ আৰু দক্ষিণ (অনু:) বিধানসভা সমষ্টিৰ পৰা মুঠ ১১ গৰাকী...

২৬ মাৰ্চত নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰহালৈ আহিব অমৃত শ্বাহ : তদাৰকত ব্যস্ত মন্ত্ৰী পীয়ুষ হাজৰিকা

ৰহাত ক্ৰমাৎ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ৰহা সমষ্টিত ইতিমধ্যে মিত্ৰজোঁট আৰু মহাজোঁটে ব্যাপক প্ৰচাৰ চলাই আছে যদিও প্ৰচাৰৰ ক্ষেত্ৰত আগবাঢ়ি...

বকোত কোনে পিন্ধিব বিজয়ৰ মুকুট, কংগ্ৰেছ, অগপ আৰু তৃণমূল কংগ্ৰেছৰ মাজত ত্ৰিকোণীয়া যুজ

অহা ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া অসম বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এনে অৱস্থাত ৰাজ্যৰ বিভিন্ন সমষ্টিৰ লগতে ৪৮ নং...

নিৰ্বাচনী বতৰত মাজবাটত গাঁবে গাঁবে : খণ্ড খণ্ডকৈ দেখিবলৈ পোৱা গৈছে বিজেপি মহিলা দলৰ তীব্ৰতৰ প্ৰচাৰ কাৰ্য্য

নিৰ্বাচনৰ দিন যিমানেই কাষ চাপি আহিছে সিমানেও ব্যস্ত হোৱা দেখা পোৱা গৈছে বিভিন্ন দলৰ নেতা কাৰ্যকৰ্তাৰ মাজত । সমগ্ৰ অসমত নিৰ্বাচনী কুচ কাৱাজ চলি...

অবড়োৰ বিৰুদ্ধে অপ-প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ অবড়ো সুৰক্ষা সমিতিৰ আহ্বান

সমাগত বিধান সভা নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ মাজত বোকা ছটিওৱাৰ ৰাজনীতি আৰম্ভ হোৱাৰ সমান্তৰালকৈ অবড়ো ৰাজনৈতিক দলৰ প্ৰতিও বোকা ছটিওৱা আৰম্ভ হোৱা দৃষ্টি...

Popular