ৰাজনীতি

আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী যোছেফ বিজয়ৰ জন্মদিন

আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী যোছেফ বিজয়ৰ জন্মদিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনালে জন্মদিনৰ শুভেচ্ছা।চি যোছেফ বিজয়ৰ আজি ৫১সংখ্যক জন্মদিন।

ৰাভা দিৱস উপলক্ষে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ৰাজনৈতিক দৰ্শনৰ প্ৰকৃত অৰ্থ ব্যাখ্যা কৰি সামাজিক মাধ্যমত বিশেষ প’ষ্ট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

ৰাভা দিৱস উপলক্ষে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ৰাজনৈতিক দৰ্শনৰ প্ৰকৃত অৰ্থ ব্যাখ্যা কৰি সামাজিক মাধ্যমত বিশেষ প'ষ্ট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

দল এৰিব বিচাৰাসকলে পদত্যাগ কৰকঃ মহাৰাষ্ট্ৰত ৰাজনীতিৰ বিদ্ৰোহ

পশ্চিমবংগত ক্ষমতা সলনি হোৱাৰ পিছত বিদ্ৰোহ দেখা গ’ল। এই বিদ্ৰোহৰ বতাহ পশ্চিমবংগৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৈৰ মহাৰাষ্ট্ৰত উপস্থিত হৈছে।

পুনৰ ভাৰত জোড়ো যাত্ৰাৰ প্ৰস্তুতি ৰাহুল গান্ধীৰ

যুৱ সমাজক একত্ৰিত কৰাৰ লক্ষ্যৰে পুনৰ ভাৰত জোড়ো যাত্ৰাৰ আৰ্হিত দেশজুৰি বৃহৎ অভিযানৰ প্ৰস্তুতি চলাইছে ৰাহুল গান্ধীয়ে৷

অসমৰ সকলো মন্ত্ৰী-বিধায়কৰ ব্যক্তিগত দেহৰক্ষী সলনি

সকলো মন্ত্ৰী-বিধায়ক-সাংসদৰ ব্যক্তিগত দেহৰক্ষী সলনি। অসমৰ সকলো মন্ত্ৰী-বিধায়ক আৰু সাংসদৰ ব্যক্তিগত দেহৰক্ষী সলনি।

Popular