ৰাজনীতি

১০ জুনত পৰিগণিত হ’ব দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হিচাপে

বৈদেশিক সম্পৰ্কই হওক বা আন বিষয়েই হওক, সকলোতে কিবা নহয় কিবা নতুনত্বৰ চমক দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ আন এক অভিলেখ গঢ়িবলৈ ওলাইছে৷

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱ আৰু পত্নী ৰাবড়ীৰ জেড প্লাছ সুৰক্ষা বাতিল

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱ আৰু পত্নী ৰাবড়ীৰ জেড প্লাছ সুৰক্ষা বাতিল

বিজেপি ত্যাগ কৰাৰ পিছত নতুন দল ঘোষণা আন্নামালাইৰঃ উই, দ্য লীডাৰ্ছ

বিজেপি ত্যাগ কৰাৰ পিছত নতুন দল ঘোষণা আন্নামালাইৰঃ উই, দ্য লীডাৰ্ছ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী CJPৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী। 'ধর্মেন্দ্র প্রধানে পদত্যাগ কৰক'। 'তেওঁৰ শাসনত লাখ লাখ শিক্ষার্থীৰ ভৱিষ্যৎ অন্ধকাৰত'।

Dibrugarh: ডিব্ৰুগড় ৰাজ্যৰ দ্বিতীয় ৰাজধানী হ’ব

ডিব্ৰুগড়ত ৰাজ্যৰ দ্বিতীয় ৰাজধানী নিৰ্মাণ হ’ব। দ্বিতীয় ৰাজধানীৰ বাবে এখন উন্নয়ন সমিতি গঠন কৰা হ’ব। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন হ’ব ইয়াৰ অধ্যক্ষ।

Popular