Breaking

শিৱসাগৰৰ বৃহত্তৰ হাতীঘূলিত শক্তি উত্তোলন সন্থাৰ তত্বাৱধানত শক্তি উত্তোলন ২০২৩ৰ প্ৰতিযোগিতা অনুষ্ঠিত…

0 50

শিৱসাগৰৰ বৃহত্তৰ হাতীঘূলিত শক্তি উত্তোলন সন্থাৰ তত্বাৱধানত শক্তি উত্তোলন ২০২৩ৰ প্ৰতিযোগিতা অনুষ্ঠিত।গণ্যমান্য লোখককো উদ্যোক্তা তৰফৰ পৰা সম্বর্ধনা।শিৱসাগৰৰ বৃহত্তৰ হাতীঘুলিৰ অঞ্চলৰ জিলা শক্তি উত্তোলন সন্থাৰ তত্বাৱধানত আৰু বৃহত্তৰ হাতীঘূলিবাসী ৰাইজৰ সহযোগত লৌহ ক্ৰীড়া প্ৰতিযোগিতা । লৌহ ক্ৰীড়াৰ পিতৃ স্বৰূপ পৱন দত্ত আৰু জয়ন্ত ৰাজকোঁৱৰ ক্লাচিক ৪০ ত’ম আন্তঃক্লাৱ শিল পুখুৰীৰ হাতীঘূলি শ্ৰীশ্ৰী শংকৰদেৱ কলা কৃষ্টি কেন্দ্রৰ পেক্ষাগৃত শক্তি উত্তোলন ২০২৩ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

এই শক্তি উত্তোলন ২০২৩ৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা ভালেকেইগৰাকী বিশিষ্ট সমাজকর্মী আৰু গণ্যমান্য লোখককো উদ্যোক্তাৰ তৰফৰ পৰা সম্বর্ধনা জনোৱা হয় ।

Leave A Reply