Breaking

কোচ ৰাজবংশী সন্মীলনিৰ ৩০ তম্ দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি

0 2,040

কোচ ৰাজবংশী সন্মীলনিৰ ৩০ তম্ দ্বি-বাৰ্ষিক অধিৱেশনখনি এইবেলি ২০ আৰু ২১ ফেব্ৰুৱাৰী দুদিনীয়া বৰ্নাধ্য কাৰ্যক্ৰমণিকাৰে ওদালগুৰি জিলাৰ টংলাত অনুষ্টিত হব। যাৰ বাবে এটিয়া  প্ৰস্তুতি তুংগত উঠিছে। উক্ত অনুস্থানত  ৩৩ খন জিলাৰ প্ৰতিনিধিক আদৰিবলৈ সাজু হৈছে ভেৰগাওঁ জিলা কোচ ৰাজবংসী সন্মিলনী। দেওবাৰে কোচ ৰাজবংসী সন্মিলনীৰ ৩০ তম্ অধিবেশনৰ প্ৰতিনিধি সভাৰ লাইখুটা স্থাপন কৰে ৩৩নং পানেৰী বিধানসভা সমষ্টিৰ বিধায়ীকা কমলী ৰানী বসুমতাৰীয়ে। উক্ত অনুস্থানত ভেৰগাওঁ জিলা কোচ ৰাজবংসী সন্মিলনীৰ মূখ্য উপদেষ্টা নিলধৰ ডেকা, সভাপতি শিৱৰাম ডেকা, সম্পাদক হেমেশ্বৰ ডেকা ,উপদেষ্টা ললিত চন্দ্ৰ ডেকা, সদৌ কোচ ৰাজবংশী চাত্ৰ সন্থাৰ ওদালগুৰি জিলা পশ্চিমৰ সভাপতি হেমন্ত বড়া কোচ সম্পাদক মকুণ্ড ডেকাকে প্ৰমুখ্য কৰি বিষয় ববিয়া সকল উপস্থিত থাকে।পানেৰী, কলাইগাওঁ, ওদালগুৰিত আৰু মাজবাটত বিধান সভা নিৰ্বাচন বি জে পি দলীয় প্ৰাৰ্থীত্ব স্থানীয় প্ৰাৰ্থী অগ্ৰাধিকাৰ দিয়াৰ দাবী। 

Leave A Reply