Breaking

ৰাষ্ট্ৰপতি হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে অসমলৈ আহিছে ৰাষ্ট্ৰপতি দৌপডী মুৰ্ম…

0 81

গুৱাহাটীৰ‌ এলজিবিআই বিমানবন্দৰত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা‌‌ই ৰাষ্ট্ৰীপতি দৌপডি মুৰ্মক আদৰণি জনাই ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্ময়ে অসমত কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব আৰু ভ্ৰমণকালত কেইবাটাও আধাৰশিলা স্থাপন কৰিব ।

Leave A Reply