Breaking

ৰাইজে নভবা কাম কৰি দেখুৱালে পঞ্চায়তত সভাপতি হৰমুজ আলীয়ে

0 1,065

চতুৰ্দশ বিত্তীয় আয়োগৰ ৩৩ লাখ টকাৰ কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ নৱ নিৰ্মিত কাৰ্য্যালয়ৰ ভৱনৰ আজি শুভ উদ্বোধনী অনুষ্ঠান।সমূহ পঞ্চায়ত বাসী দৰ্শক বিগত সময়ছোৱাতো কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়ত খনতো কাৰ্য্যলায়তো ভৱন আছিল,আজিৰ দিনত পঞ্চায়ত খনৰ কাৰ্য্যলায়ৰ ভৱনৰ দৃশ্য এয়া।সমূহ কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়ত বাসী ৰাইজে, এতিয়া,এবাৰ ভাৱকচোন।সভাপতি হৰমুজ আলি ওৰফে সাজু পঞ্চায়ত খনত উন্নয়ন মুলক কামৰ দিশত আচলতে সফল নে,বিফল,
সমগ্ৰ পঞ্চায়ত বাসী ৰাইজে এতিয়া নিৰ্ণয় কৰক-ইয়াত আমাৰ কবলগীয়া একো নাই বুলি সাংবাদিকৰ সাক্ষাৎকাৰৰ আগত সভাপতি গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।সভাপতি হৰমুজ আলি সাজুই পঞ্চায়ত খনত উন্নয়ন মুলক কমৰ দিশত প্ৰকৃততে সফল বুলি আমি কলে, আমাৰ মুঠেই কোনো প্ৰশ্ন নুউঠে।


উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে, বিলাসীপাৰা পূৱ বিধান সভা সমষ্টিৰ বিজেপি দলৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ বেচা কিনা নিগমৰ অধ্যক্ষ, শ্ৰীযুত অশোক কুমাৰ সিংহী, ধুবুৰী জিলা উপায়ুক্ত শ্ৰীযুত অম্বামুথন এম পি, বিলাসীপাৰা মহকুমাধিপতি শ্ৰীযুত জয় শিৱানী দেৱ, বিজেপি দলৰ ধুবুৰী পৃৱ জিলা সমিতিৰ সভাপতি প্ৰফুল্ল কলিতা দেৱ, বিলাসীপাৰা নগৰ সমিতিৰ উপ-সভাপতি চন্দন দাস, এ আই ইউ ডি এফ দলৰ ধুবুৰী জিলা যুৱ মৰ্চাৰ সভাপতি পলায়ন সুত্ৰধৰ আদিকে ধৰি অনুষ্ঠানটোত পঞ্চায়ত খনৰ গন্য মান্য ব্যক্তিৰ লগতে প্ৰায় পাঁচ হেজাৰ শতাধিক পুৰুষ আৰু মহিলাৰ উপস্থিত থাকে।

Leave A Reply