Breaking

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

0 2,064

ক’ভিডৰ সময়ত যোগাভ্যাসক এক আশাৰ বতৰা বুলি অভিহিত প্ৰধানমন্ত্ৰীৰ।এক সুস্থ মন আৰু দেহৰ বাবে যোগাসন অপৰিহাৰ্য : প্ৰধানমন্ত্ৰী

দেশৰ লগতে ৰাজ্যতো যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ।যোগে ক’ভিড প্ৰতিৰোধ কৰাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে। গেৰুকামুখত যোগ দিৱসত অংশ গ্ৰহণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰীৰ।

Leave A Reply