Breaking

পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱা।

0 2,034

পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱা অসুস্থতাৰ নাটক কৰি আইচিইউত সোমাইছিল ৰাজকন্যা জিএনআৰচিক আইচিইউত আছিল ৰাজকন্যা মাত্ৰাধিক সুৰাপান কৰি মহতিয়াই নিছিল ৯জনকভৰি চিঙি পেলাইছিল এজনৰঅজ্ঞাত শক্তিৰ বলত জামিনো পাইছিল মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত পুনৰ তদন্ত হৈছিল ৰিজাৰ্ভ ক্লোজ কৰা হৈছিল দুজন আৰক্ষীকতাৰ পিছতেই অসুস্থতাৰ নাটক কৰিছিল ৰাজকন্যাইGMCHৰ মেডিকেল বৰ্ডে কোনো অসুস্থতা নাপালে৬জনীয়া বৰ্ডৰ প্ৰতিবেদন লৈ GNRCত উপস্থিত আৰক্ষীৰ দলতাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছে ৰাজকন্যা বৰুৱাক।

Leave A Reply