Breaking

ৰঙিয়াৰ উচ্চশিক্ষিত যুৱক ,ব্ৰাইট কোটচিং চেন্টাৰৰ স্বত্তাধিকাৰী ৰেকিব আহমেদৰ প্ৰশংসনীয় পদক্ষেপ।

0 535

লকডাউনৰ সময়চোৱাত সমাজৰ দুৰ্গত সকলৰ কাষত থিয় দিলে শিক্ষানুষ্ঠানটোৰ স্বত্তাধিকাৰী তথা ছাত্ৰ-ছাত্ৰী সকলে । প্ৰায় ২১ টাকৈ পৰিয়ালৰ ৰোগীৰ ঔষধ ক্ৰয়ৰ নামত আগবঢ়ালে নগদ ৫०० টকাকৈ । ইয়াৰ ওপৰিও প্ৰতিদিনেই পদপথত বাস কৰা লোকক যোগান ধৰিছে খাদ্য-সামগ্ৰীও । কৰাইছে দুই চাৰিজনৰ চিকিৎসা । সাধ্যনুযায়ী আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ দায়িত্ব লবলৈও প্ৰস্তুত ৰেকিব । ৰঙিয়াৰ এই যুৱ শিক্ষকজনৰ মহানুভৱতাক লৈছে সকলোৱে শলাগ ।

Leave A Reply