Breaking

প্ৰায় ১৩ বছৰে সম্পূৰ্ণ নহল ৩৩ কোটিটকীয়া জলসিঞ্চন আঁচনি

0 1,619

দৰঙৰ চমতীয়াপাৰাৰ ননৈ বোঁৱতী জলসিঞ্চন প্ৰকল্পত বৃহৎ কেলেংকাৰী ৷ দৰং জিলা জলসিঞ্চন বিভাগে সম্পূৰ্ণ কৰিব নোৱাৰিলে প্ৰকল্পৰ কাম ১৩ বছৰে ৷ ২০০৮/৯ বৰ্ষতে আৰম্ভ কৰিছিল প্ৰকল্পটিৰ কাম ৷ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী নুৰজমাল সৰকাৰে নিজে উপস্থিত থাকি উদ্ধোধন কৰা প্ৰকল্পটি আজিও ন’হল সম্পূৰ্ণ ৷ দুই বছৰত সম্পূৰ্ণ কৰিবলগীয়া আছিল আঁচনিতো ৷ বৃহৎ পুখুৰী খনন কৰি চিনচাব নোহোৱা কৰিলে আঁচনিটো ৷ একাংশ দুষ্ট চক্ৰৰ লোকে মৎস পালন কৰিছে গোপনে পুখুৰিটোত ৷ দৰং জিলা জলসিঞ্চন বিভাগে সম্পূৰ্ণ কৰিব নোৱাৰিলে প্ৰকল্পৰ কাম ১৩ বছৰে ৷ ২০০৮/৯ বৰ্ষতে আৰম্ভ কৰিছিল প্ৰকল্পটিৰ কাম ৷ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী নুৰজমাল সৰকাৰে নিজে উপস্থিত থাকি উদ্ধোধন কৰা প্ৰকল্পটি আজিও ন’হল সম্পূৰ্ণ ৷ দুই বছৰত সম্পূৰ্ণ কৰিবলগীয়া আছিল আঁচনিতো ৷ বৃহৎ পুখুৰী খনন কৰি চিনচাব নোহোৱা কৰিলে আঁচনিটো ৷ একাংশ দুষ্ট চক্ৰৰ লোকে মৎস পালন কৰিছে গোপনে পুখুৰিটোত ৷ আঁচনিটো তদন্তৰ লগতে সম্পূৰ্ণ কৰাৰ দাবী আছুৰ লগতে স্থানীয় চমতীয়াবাসী ৰাইজৰ ৷

Leave A Reply