Breaking

Browsing Category

গ্ৰাম্যৰ্থ

মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট ৷

মৰিগাঁও জিলাৰ সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যালয়ৰ প্ৰাংগনত বুধবাৰে তিৱা ছাত্ৰ সন্থাৰ বহু কেইটা দাবী উত্থাপন কৰি এক ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ কৰে ৷
Read More...

মীৰাবাই চানুৰ বিবিচি ইণ্ডিয়ান স্পৰ্টছৱমেন অফ দা ইয়েৰ বঁটা লাভ

মীৰাবাই চানুৱে বিবিচি ইণ্ডিয়ান স্পৰ্টছৱমেন অফ দা ইয়েৰ বঁটা লাভ কৰে । ভাৰতীয় ভাৰোত্তোলক চাইখোম মীৰাবাই চানুক 'বিবিচি ইণ্ডিয়ান স্পৰ্টছৱমেন অফ দা ইয়েৰ(ইচডব্লিউওটিৱাই)'ৰ তৃতীয় সংস্কৰণৰ বিজয়ী ঘোষণা কৰা হৈছে।
Read More...

শিৱসাগৰত জয়মতী কোঁৱৰীৰ ৩৪২ সংখ্যক মৃত্যু দিৱস পালন

আজি মহাসতী জয়মতীৰ ৩৪২ সংখ্যক মৃত্যু দিৱস।সতী জয়মতীৰ আত্মবলিদান অসমৰ ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায়।লৰা ৰজাৰ কুশাসনৰ পৰা দেশ মুক্ত কৰিবৰ বাবে তঙংখুঙীয়া ফৈদৰ ৰাজকোঁৱৰ গদাধৰক পলুৱাই পঠিয়াই নিজে চাওদাঙৰ অসহনীয় অত্যাচাৰ মূৰপাতি লৈছিল জয়মতী
Read More...

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা’ৰ বাৰ্ষিক সভা

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা'ৰ অন্তৰ্গত উত্তৰ-পূব যোৰহাট আঞ্চলিক সমিতিৰ অষ্টম ত্ৰি-বাৰ্ষিক কাৰ্যকালৰ প্ৰথম বাৰ্ষিক সাধাৰণ সভাখন দেওবাৰে কলিয়াপানীৰ টীপমিয়া গাঁও স্থিত কাৰ্যালয় গৃহত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। পুৱা ৮ বজাত
Read More...

সীমান্ত ক্ৰীড়া মহোৎসৱ সন্দৰ্ভত অসম প্ৰদেশৰ সংবাদমেল

সীমান্ত ক্ৰীড়া মহোৎসৱ অসম প্ৰদেশৰ সংবাদমেল সম্বোধন। দেওবাৰে সৰুসজাই ষ্টেডিয়ামৰ কনফাৰেন্স হ'লত সীমান্ত ক্ৰীড়া মহোৎসৱ সন্দৰ্ভত অসম প্ৰদেশৰ সাধাৰণ সম্পাদক সুজল বৰদলৈ, সভাপতি ড° বিনীতা ভাগৱতী আৰু প্ৰকাশন সচিব প্ৰিয়ংকা পালিতে এখন সংবাদমেল
Read More...

শিৱসাগৰত আৰক্ষীৰ গুণ্ডাগিৰি ,খাকী পোচাকত কলংকৰ দাগ ৷

মুখ্যমন্ত্ৰীৰ আহব্বানক কুঠাৰ ঘাত ৷চেৰেকাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ তাণ্ডৱ ।নিশা সুৰাৰ ৰাগীত মাতাল হৰদেব সিঙৰ নিৰ্বিচাৰ মাৰপিট ,মহিলাসহ বহুজন আহত । উল্লেখ্য যে চেৰেকাপাৰৰ ৰাজীৱ গগৈ নামৰ ব্যক্তিজনৰ ঘৰত চুৰি হৈছিল পানী মটৰৰাইজে মুহিবুল
Read More...

তামুলপুৰত অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সংবাদ মেল

উৰিয়া ভাষাক চৰকাৰী ভাৱে মান্যতা প্ৰদান, " নোৱাখাই পৰ্ব "ত চৰকাৰী বন্ধ, জনজাতীয় পৰিচয় পত্ৰৰ বিসংগতি দূৰীকৰণ আদি দাবীৰে আজি তামুলপুৰ প্ৰেছ ক্লাবত অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াই এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত কয় যে-
Read More...

চাপৰত ভু-মাফিয়াৰ গুণ্ডাগিৰি।

শ্ৰমিকক নিৰ্মম ভাবে প্ৰহাৰ ভু -মাফিয়াৰ । মাটি কাটিবলৈ নোযোৱাৰ বাবেই ঘৰত আহি শ্ৰমিকক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ ভু-মাফিয়াৰ বিৰুদ্ধে । চাপৰৰ আৰেয়াৰঝাৰ বেতবাৰীত সংঘটিত হয় এই ঘটনা ।
Read More...

বিদ্যুৎৰ অভাৱত অচল এটি চৰকাৰী কাৰ্যালয়।

বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়, বৰক্ষেত্ৰীত বিদ্যুতৰ অভাৱত কাম -কাজ স্থবিৰ। আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভালৰ লেখীয়া হৈছে এটি বিয়াগোম চৰকাৰী কাৰ্যালয়। উল্লেখ্য যে অসম সৰ্বশিক্ষা অভিযান মিছনৰ অন্তৰ্ভুক্ত বৰক্ষেত্ৰী খণ্ড
Read More...