Breaking

মটক ৰাজ্যৰ প্ৰতিস্থাতা সৰ্বানন্দ সিংহৰ মৃত্যুদিৱস পালন দৈনন্দিন বাৰ্তা আৰু ডিবি নিউজৰ মুখ্য কাৰ্যালয়ত।

0 531

মটক ৰাজ্যৰ প্ৰতিস্থাতা সৰ্বানন্দ সিংহৰ মৃত্যুদিৱস পালন দৈনন্দিন বাৰ্তা আৰু ডিবি নিউজৰ মুখ্য কাৰ্যালয়ত।

উপস্থিত থাকে সদস্য মটক স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৱজ্যোতি শইকীয়া,অমূল্য সেনাপতি ,সদৌ অসম মটক সন্মিলনৰ (কেন্দ্ৰীয়) সাংগঠনিক সম্পাদক জীৱন কোঁৱৰ, সদৌ অসম মটক সন্মিলনৰ (মহানগৰ) সাধাৰণ সম্পাদক শংকৰ গোহাঞি, শৰণীয়া কছাৰী প্ৰচাৰ সম্পাদক অৰুণ শৰণীয়া আদি ।

Leave A Reply