Breaking

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন ঘোষণা ছেবাৰ; কোনটো বিষয়ৰ পৰীক্ষা কোন দিনা অনুষ্ঠিত হ’ব চাওক

0 63

ইংৰাজীঃ ১৬ ফেব্ৰুৱাৰী

ঐচ্চিক বিষয় (সংগীত, নৃত্য, কাৰ্ফ্ট, বাংলা)ঃ ১৭ ফেব্ৰুৱাৰী

 সমাজ বিজ্ঞানঃ ২০ ফেব্ৰুৱাৰী

ৰিটেল ট্ৰেড এনচিকিউএফ(ই), IT/Ites nsqf(e), প্ৰাইভেট চিকিউৰিটি এনএছকিউএফ, হেল্থ কেয়াৰ এনএছকিউএফ, এগ্ৰিকালছাৰ এণ্ড হোৰ্টিকালছাৰ এনএছকিউএফ, টুৰিচিম এণ্ড হোস্পিটালিটি এনএছকিউএফ, বিউটি এণ্ড ৱেলনেছ, অটোমোটিভ এনএছকিউএফ, ইলেক্ট্ৰনিক এণ্ড হাৰ্ডৱেৰ এনএছকিউএফ, এগ্ৰি কালছাৰ ডায়েৰি ৱাৰ্ক এনএছকিউএফ, এনিমেল হেলথ কেয়াৰ এনএছকিউএফঃ ২১ ফেব্ৰুৱাৰী

আধুনিক ভাৰতীয় ভাষা (MIL) / ইংৰাজী(আইএল)ঃ ২৩ ফেব্ৰুৱাৰী

সাধাৰণ বিজ্ঞানঃ ২৬ ফেব্ৰুৱাৰী

উইভিং এণ্ড টেক্সট টাইল ডিজাইনঃ ২৭ ফেব্ৰুৱাৰী 

সাধাৰণ গণিতঃ ২৯ ফেব্ৰুৱাৰী

হিন্দী(ঐচ্চিক), গাৰমেন্ট ডিজাইন(ঐচ্চিক)ঃ ২ মাৰ্চঃ 

উচ্চ গণিত(ঐচ্চিক), ভুগোল(ঐচ্চিক), বুৰঞ্জী(ঐচ্চিক), সংস্কৃত(ঐচ্চিক), কম্পিউটাৰ চাইন্স(ঐচ্চিক), বাণিজ্য(ঐচ্চিক). হোম চাইন্স(ঐচ্চিক), আৰবিক(ঐচ্চিক), পাৰ্চিয়ান(ঐচ্চিক), নেপালী (ঐচ্চিক)ঃ ৪মাৰ্চ

আনহাতে প্ৰেক্টিকেল পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব ২ আৰু ৩ ফেব্ৰুৱাৰীত।

Leave A Reply