Breaking

আয়াৰলেণ্ডৰ বিষয়ে কেইটামান ৰহস্যজনক তথ্য…

0 86

১) ২০১১ চনত আয়াৰলেণ্ডৰ জনসংখ্যা প্ৰায় ৬.৪ মিলিয়ন আছিল। যি ইউৰূপ মহাদেশৰ ব্ৰিটেইনৰ পিছতেই  সৰ্বাধিক জনসংখ্যাৰ দেশ আছিল ।

২) আয়াৰলেণ্ডত মানৱ জাতি থকাৰ প্ৰমাণ ১২,৮০০ বছৰ আগৰ পৰা পোৱা যায় ।

৩) আয়াৰলেণ্ডত ৯০০  বছৰ আগতে Sean’s Bar খুলিছিল আৰু আজিওঁ এইখন চলি আছে।

৪) টাটানিক জাহাজখন উত্তৰ আয়াৰলেণ্ডৰ এখন চহৰত নিৰ্মাণ কৰা হৈছিল।

৫) অতিপাত ঠাণ্ডাৰ বাবেই আৰ্লেণ্ডত সাপ পোৱা নাযায়। ।

৬) আয়াৰলেণ্ডৰ সৰ্বশ্ৰেষ্ঠ বিক্ৰেতা হ’বলৈ, আপুনি আপোনাৰ কিতাপৰ মাত্ৰ 3,000 কপি বিক্ৰী কৰিলেই হল ।

৭) আয়াৰলেণ্ডত 10% তকৈ কম লোকে ইৰিছ ভাষা কয় ।

৮) যদি আয়াৰলেণ্ডে এটা গানৰ 5,000 কপি বিক্ৰী কৰে, ই হ’ব আয়াৰলেণ্ডৰ সৰ্বশ্ৰেষ্ঠ গান।

৯) যদি আপোনাৰ ককা-আইতা ইৰিছ ভাষা ভাষী লোক আছিল তেন্তে আপুনি ইয়াত বিনাদিধাই নাগৰিকত্ব লাভ কৰিব পাৰে । ইয়াত আপোনাৰ জন্মস্থানৰ সৈতে কোনো সম্পৰ্ক নিবিছাৰে ।


১০) বিশ্বৰ আটাইতকৈ পুৰণি “ইয়ট ক্লাব” ১৭২০ চনত আয়াৰলেণ্ডত খোলা হৈছিল।

১১) মাৰ্টিন লুটাৰ কিং জুনিয়ৰ, তেওঁৰ পিতামহৰ বাবে ইৰিছ আছিল।

১২) আয়াৰলেণ্ড হৈছে বিশ্বৰ একমাত্ৰ দেশ যাৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে এক বাদ্যযন্ত্ৰ ।

১৩) আয়াৰলেণ্ডত পুৰুষতকৈ অধিক ম’বাইল ফোন আছে।


১৪) আয়াৰলেণ্ডত ৩৬ মিলিয়ন লোকে গগলচ বা  চশ্চমা পিন্ধে।


১৫) সমগ্ৰ ইউৰোপীয় মহাদেশত কেৱল আয়াৰলেণ্ডত গৰ্ভপাত অবৈধ।


১৬) আয়াৰলেণ্ডৰ ৭০% বিবাহিত মহিলাৰ affair থাকে । আৰু এইয়া বৈধ ।


১৭) শেষবাৰ আয়াৰলেণ্ডৰ কম্ব পোৰ্টলৈ টাইটানিক জাহাজৰ পৰা ফোন কৰা হৈছিল।


১৮) আয়াৰলেণ্ডত সমকামী বিবাহ আইনত স্বীকৃতি প্ৰাপ্ত।


১৯) আয়াৰলেণ্ডৰ পতাকা নিৰ্মাণৰ আৰ্হি ফৰাচীৰ পৰা আহৰণ কৰা হৈছে।

Leave A Reply