Breaking

Browsing Category

ক্রীড়া-জগত

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চাৰিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ আজি প্ৰথমখন খেল

চেন্নাইৰ ঐতিহাসিক এম এ চিদাম্বৰম ষ্টেডিয়ামত আজি অনুষ্ঠিত হৈছে ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চাৰিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল । খেলখন পুৱা চাৰে ৯ বজাত আৰম্ভ হৈছে । এইখন খেল হৈছে কৰোনা মহামাৰীৰ বাবে প্রায় এবছৰৰ ব্যৱধানত ভাৰতত
Read More...

তেজপুৰত সদৌ অসম আন্তঃজিলা ড্ৰেগন ব’ট চেম্পিয়নশ্বিপ

ৰাজ্যৰ ভিতৰতে প্ৰথমবাৰলৈ অনুষ্ঠিত “আমাৰ খেল আমাৰ উৎসৱ” - এই বাণী সাৰোগত কৰি অসমৰ পৰা হেৰাই যাব খোজা পৰম্পৰাগত খেল সমূহক পুণৰুদ্ধাৰৰ চেষ্টা চলাইছে “অসম পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্হা”ই ৷ তেজপুৰৰ হজৰাপুখুৰীত ৰাজ্যৰ ভিতৰত প্ৰথম বাৰলৈ
Read More...

জামুগুৰিহাটৰ চেম্পিয়নছ মেকাৰ একাডেমীৰ সাফল্য

যোৱা ২,৩ আৰু ৪ জানুৱাৰীত কলিয়াবৰত অনুষ্ঠিত ১ম অল আছাম অল ষ্টাইল ফুল কন্টেক্ট মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বিপ ২০২১ প্ৰতিযোগীতাত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চেম্পিয়নছ মেকাৰ একাডেমীৰ ৪ গৰাকী খেলুৱৈৱে পদক লাভ কৰি অঞ্চলটিলৈ সুনাম কঢ়িয়াই
Read More...

বেংমৰা কাপ ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি

বেংমৰা ক্ৰীড়া মঞ্চৰ উদ্যোগত,সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ তত্বাৱধানত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত বৰগুৰি আঞ্চলিক ক্ৰীড়া সন্থা আৰু লেজাইহোলা জানমুখ যুৱ সংঘৰ সহযোগত ২৬ ডিচেম্বৰ পৰা অনুষ্ঠিত বেংমৰা কাপ ২০২০ ফুটবল
Read More...

কৰ’ণাত আক্ৰান্ত মোহময়ী অভিনেত্ৰী ৰাকুলপ্ৰীত সিং

কৰ’ণাত আক্ৰান্ত বলীউডৰ মোহময়ী অভিনেত্ৰী ৰাকুলপ্ৰীত সিং। সামাজিক মাধ্যমযোগে এই কথা নিজেই প্ৰকাশ কৰে ৰাকুলপ্ৰীতে । https://twitter.com/Rakulpreet/status/1341302536901279744 ৰাকুলপ্ৰীত সিংৰ টুইট কৰ’ণা পজিটিভ ওলোৱাৰ পাছতে তেওঁ
Read More...

নলবাৰীত নৱৰত্ন ক্ৰিকেট একাডেমীৰ শুভাৰম্ভনি কৰিলে বিধায়ক অশোক শৰ্মাই

নলবাৰী, ২০ ডিচেম্বৰ : নলবাৰী জিলাক ক্ৰীড়াৰ দিশত আগবঢ়াই নিবলৈ চৰকাৰ-প্ৰশাসনৰ লগতে সামাজিক ভাৱে ও বহুত সচেতন লোকে পদক্ষেপ লোৱাত পৰিলক্ষিত হৈছে । সেইমৰ্মে আজি নলবাৰী জিলাৰ দেৱীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত নৱৰত্ন ক্ৰিকেট একাডেমী
Read More...

বদৌচা কাপৰ ফিল’বাৰীত অনুষ্ঠিত হোৱা খেল অমীমাংসীত

 ডিৰাক সীমান্ত, ১৯ ডিচেম্বৰ: অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত দ্বাদশ বাৰ্ষিক আমন্ত্ৰণমূলক বদৌচা কাপৰ গ্ৰুপ এফৰ আজি এখন খেল অনুষ্ঠিত হয় ফিল'বাৰী হাইস্কুলৰ খেলপথাৰত। খেল অনুষ্ঠিত হোৱা আগমুহূৰ্তত বদৌচা স্পৰ্টছ ক্লাৱৰ পতাকা উত্তোলন কৰে
Read More...

১৭ ডিচেম্বৰৰ পৰা বদৌচা কাপ ফুটবল আৰম্ভ

তিনিচুকীয়া, ১৫ ডিচেম্বৰ: তিনিচুকীয়া জিলা ক্রীড়া সন্থাৰ কাৰ্যালয়ত বদৌচা স্পৰ্টছ ক্লাবৰ এখন সংবাদ মেল অনুষ্ঠিত হৈ যায় । সংবাদ মেলত বদৌচাম্পৰ্টছ ক্লাব সভাপতি অৰুণজ্যোতি মৰাণে কয় যে বদৌচা স্পৰ্টছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰি অহা অসম
Read More...

চৰাইদেউৰ সাপেখাতীত ভাৰ উত্তোলন, শক্তি উত্তোলন, দেহশ্ৰী আৰু ফিটনেছ জিলাভিত্তিক প্ৰতিযোগিতা সম্পন্ন

সাপেখাতী, ১৪ নৱেম্বৰ : শৰীৰ নিৰোগী কৰি ৰাখিবলৈ সদায় শৰীৰ চৰ্চা কৰাটো অতিকৈ প্ৰয়োজনীয় ।  বৰ্তমান সময়ত শৰীৰৰ চৰ্চাৰ প্ৰতি খুবেই সচেতন আমাৰ  যুৱক যুৱতী সকল। নৱপ্ৰজন্মক  শৰীৰ চর্চাৰ প্ৰতি আকৰ্ষিত কৰি নিৰোগী কৰি ৰখাৰ উদ্দেশ্যেৰে অলিম্পাছ
Read More...

আই পি এল ২০২১ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৪তম সংস্কৰণ ১০ এপ্ৰিলৰ পিছতহে অনুষ্ঠিত হ’ব

বি চি চি আইয়ে এতিয়াও ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ১৪তম সংস্কৰণৰ তাৰিখ ঘোষণা কৰিব পৰা নাই। অৱশ্যে, ই পি এল ২০২১ কেতিয়া আৰম্ভ কৰিব পাৰে তাৰ এক ইংগিত প্ৰদান কৰিছে। ব'ৰ্ড অফ কণ্ট্ৰোল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া (বিচিচিআই)য়ে
Read More...