ক্রীড়া-জগত

Jasprit Bumrah: যশপ্রীত বুমৰাহ আঘাতপ্রাপ্ত, বৰ্তমান খেলপথাৰৰ বাহিৰত বুমৰাহ!

যশপ্রীত বুমৰাহ আঘাতপ্রাপ্ত বৰ্তমান খেলপথাৰৰ বাহিৰত খেলুৱৈজন আঘাত কিমান গুৰুতৰ এতিয়াও স্পষ্ট কৰা নাই MANAGEMENT-এ(Jasprit Bumrah)

Virat Kohli-Anushka Sharma: বিৰাট নে অনুষ্কা, বিৰুষ্কাৰ সন্তান আকায় কাৰ দৰে দেখিবলৈ?

অনুৰাগীৰ মনত প্ৰশ্ন,ভিৰুষ্কাৰ সন্তান আকায় কাৰ দৰে দেখিবলৈ? তেতিয়াও সৰু ল’ৰা অকায়ৰ আভাস পোৱা নাছিল। এইবাৰ এজন নেট ইনফ্লুৱেন্সাৰে ক’লে, আকাই কেনেকুৱা আছিল।(Virat Kohli-Anushka Sharma)

Athiya Shetty Baby Bump: ২০২৫ত পিতৃ-মাতৃ হ’ব আথিয়া-ৰাহুল, প্ৰথমবাৰৰ বাবে বেবী বাম্প প্ৰদৰ্শন আথিয়া শ্বেট্টীৰ

নৱেম্বৰ মাহত আথিয়া শ্বেট্টী আৰু কে এল ৰাহুলে পিতৃ-মাতৃ হোৱাৰ ভাল খবৰটো নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল সামাজিক মাধ্যমত। শেহতীয়াকৈ মেলবৰ্ণ ক্ৰিকেট ষ্টেডিয়ামত গৰ্ভৱতী আথিয়া শ্বেট্টিয়ে নিজৰ বেবী বাম্প প্ৰদৰ্শন কৰা দেখা গৈছিল। অনুষ্কা শৰ্মাকো সেই সময়ত তেওঁৰ লগত দেখা গৈছিল।(Athiya Shetty Baby Bump)

Ludo Cup football: লুড’ কাপ ফুটবল প্ৰতিযোগিতাঃ গোগামুখ স্প’ৰ্টছ একাডেমী চেম্পিয়ন

গোগামুখ নগৰ হাইস্কুল খেলপথাৰত(Ludo Cup football) অনুষ্ঠিত হৈ থকা লুড’ কাপ প্ৰাইজমাণি আৰু ট্ৰফি ফুটবল প্ৰতিযোগিতাত গোগামুখ স্প’ৰ্টছ একাডেমী চেম্পিয়নৰ খিতাপ দখল কৰিছে ৷

Nitish Reddy: সুনীল গাভাস্কাৰৰ চৰণ চুই আশীৰ্বাদ গ্ৰহণ নীতিশ ৰেড্ডীৰ পিতৃৰ

নীতিশ ৰেড্ডীৰ পিতৃয়ে চৰণ চুই আশীৰ্বাদ ল'লে সুনীল গাভাস্কাৰৰ। সেই সময়ত নীতিশৰ মাতৃও তাত উপস্থিত আছিল। তেওঁ গাভাস্কাৰৰ চৰণৰ ফালে হাত আগবঢ়ালে। নীতিশৰ ভগ্নীয়েও গাভাস্কাৰক প্ৰণাম কৰিলে।(Nitish Reddy)

Popular