Breaking

Browsing Category

ক্রীড়া-জগত

সৰুসজাইত মহিলা লীগ এথলেটিকছ চেম্পিয়নশ্বিপ

আন্তৰ্জাতিক মহিলা দিৱসৰ লগত সংগতি ৰাখি অসম এথলেটিকছ সন্থাৰ উদ্যোগত আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সহযোগত আজি খেলো ইণ্ডিয়া মহিলা লীগ এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
Read More...

ইন্দোৰ টেষ্টত মহম্মদ শ্বামীক কিয় সুযোগ দিয়া নহ’ল? বলিং প্ৰশিক্ষক পৰাস ম্হামব্ৰেইৰ…

আহমেদাবাদ টেষ্টত মহম্মদ শ্বামীয়ে প্ৰথম দিনাই বলিং কৰাৰ লগতে ২টা উইকেট দখল কৰে। ইন্দোৰত খেলা তৃতীয়খন টেষ্টত তেওঁক কোনো সুযোগ দিয়া নহ’ল। আহমেদাবাদত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা টেষ্টত মহম্মদ শ্বামীয়ে তেওঁৰ বলিঙৰ দ্বাৰা আপ্লুত হয়। প্ৰথম
Read More...

শুবমান গিলৰ সৈতে নাম সাঙোৰ খাইছে ৰশ্মিকা মাণ্ডন্নাৰ! অনুৰাগীয়ে কৰিলে প্ৰশ্ন, ‘ছাৰা OUT…

ভাৰতীয় দলৰ অ’পেনিং বেটছমেন শুবমান গিলৰ বিষয়ে চৰ্চা চলিছে যে তেওঁৰ প্ৰথম ক্ৰাছ আছিল দক্ষিণৰ ছবিৰ তাৰকা ৰশ্মিকা মাণ্ডন্না। ইফালে, পূৰ্বে শুবমান গিলে অভিনেত্ৰী চাৰা আলী খানৰ সৈতে ডেটিং কৰাৰ খবৰ ওলাইছিল যদিও এতিয়া তেওঁৰ নাম দক্ষিণৰ
Read More...

ৰোহিতৰ পৰা সূৰ্যলৈকে, সকলোৰে মুখত আবিৰ। চতুৰ্থখন টেষ্টৰ পূৰ্বেই এইদৰে হোলী উদযাপন কৰিলে টীম…

ৰোহিতৰ পৰা সূৰ্যকুমাৰৰ লৈকে হোলীৰ ৰঙৰ সাজ-পোছাক পৰিধান কৰি টিম ইণ্ডিয়াৰ খেলুৱৈয়ে গুলাল খেলিলে।৯ মাৰ্চৰ পৰা আহমেদাবাদত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চতুৰ্থখন টেষ্ট অনুষ্ঠিত হ’ব। এই খেলখনৰ পূৰ্বে ভাৰতীয় খেলুৱৈসকলে আনন্দেৰে উদযাপন কৰিলে
Read More...

সন্তোষ ট্ৰফীৰ চেম্পিয়নত অসম সন্তান…

সন্তোষ ট্ৰফীৰ চেম্পিয়নত অসম সন্তান ! ছৌদি আৰবৰ সন্তোষ ট্ৰফীৰ চেম্পিয়ন কৰ্ণাটকৰ হৈ খেলিলে মৰিগাঁৱৰৰ সত্যজিৎ বৰদলৈয়ে। শনিবাৰে উক্ত খেলখনিৰ সামৰণি পৰে। ফাইনেলত মেঘালয়ক ৩-২ গ'লত পৰাস্ত কৰে কৰ্ণাটকৰ গ'লকীপাৰ হিচাপে খেলিলে মৰিগাঁৱৰ সত্যজিৎ
Read More...

প্ৰথমবাৰৰ বাবে আয়োজন কৰা মহিলা প্ৰিমিয়াৰ লীগৰ ফৰ্মেট কি?

প্ৰথমবাৰৰ বাবে মহিলা প্ৰিমিয়াৰ লীগ ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত হ’ব। প্ৰতিটো দলে আনটোৰ বিৰুদ্ধে দুবাৰকৈ খেলিব আৰু মুঠ ২০খন লীগ মেচ অনুষ্ঠিত হ’ব।
Read More...

মহিলা প্ৰিমিয়াৰ লীগত গুৱাহাটীৰ ৰজনী বসনেত কলিতাক ৰেফাৰী হিচাপে নিযুক্তি

গুৱাহাটীৰ ৰজনী বসনেত কলিতাক প্ৰথম মহিলা প্ৰিমিয়াৰ লীগ (WPL)ৰ অন্যতম মেচ ৰেফাৰী হিচাপে নিযুক্তি দিয়া হৈছে। মুম্বাইত অনুষ্ঠিত হ’ব WPLৰ মেচ। কলিতাৰ ঘৰ গুৱাহাটীৰ বৰাগাঁৱত। ডব্লিউ পি এলৰ
Read More...

৯ উইকেটত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত ভাৰত । টুইটাৰত ক্ৰিকেট অনুৰাগীৰ টেষ্ট সম্পর্কীয় মিমছেৰে ভৰি…

৯ উইকেটত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত ভাৰত । টুইটাৰত ক্ৰিকেট অনুৰাগীৰ টেষ্ট সম্পর্কীয় মিমছেৰে ভৰি পৰিছে। ছ'চিয়েল মিডিয়াত ক্ৰিকেট অনুৰাগীয়ে ধেমেলীয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে Iভাৰতীয় দলে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৩ৰ তৃতীয় টেষ্টত পৰাস্ত
Read More...

অনুষ্কা শৰ্মাক নিজৰ প্ৰেৰণা হিচাপে গণ্য কৰে বিৰাট কোহলীয়ে…

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে তেওঁৰ পত্নী তথা অভিনেত্ৰী অনুষ্কা শৰ্মাক প্ৰেৰণা হিচাপে গণ্য কৰে। এক সাক্ষাৎকাৰত ক্ৰিকেটাৰগৰাকীয়ে কয় যে তেওঁৰ পত্নীয়ে বহু ত্যাগ কৰিছে। বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ
Read More...

গণেশগুৰিৰ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰাজ্যিক পৰ্যায়ৰ ৰোমাঞ্চকৰ ভলীবল…

সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত, অসম ভলিবল সন্থাৰ তত্বাৱধানত, মটক যুৱ ছাত্ৰ পৰিষদ, গুৱাহাটী মহানগৰ সমিতি আৰু গনেশগুৰি যুৱ সংঘৰ সহযোগত একাদশ সংখ্যক ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ২০২৩ সফলভাৱে সামৰণি পৰে।
Read More...