Breaking

Browsing Category

ক্রীড়া-জগত

ডিমৌ নিতাইপুখুৰীৰ জীয়ৰী তুলিকা দেউৰীৰ ৰাষ্ট্ৰীয় এথলেটিকছত সাফল্য, ডিমৌ নিতাইপুখুৰীত বিপুল…

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত অভিদয়া য়ুথ ক্লাৱৰ উদ্যোগত গত ৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত নেচনেল স্পটচ মিট ২০২৩ৰ ৪০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰি ডিমৌ সমীপৰ পানীদিহিং মৌজাৰ চামগুৰি গাৱঁৰ নিবসী তুলিকা দেউৰীয়ে প্ৰথম স্হান অধিকাৰ কৰি নিতাইপানীদিহিং তথা
Read More...

এছিয়ান ইনড’ৰ এথলেটিকছ চেম্পিয়নশ্বিপত অভিলেখ ভাৰতৰ…

এছিয়ান ইনড’ৰ এথলেটিকছ চেম্পিয়নশ্বিপত অভিলেখ ভাৰতৰ। তাজিন্দৰপাল সিং টুৰে শ্বট পুট সোণৰ জয়, কৰণবীৰ সিঙৰ ৰূপৰ পদক অৰ্জন।
Read More...

আজিৰে পৰা আৰম্ভ মহিলা টি-২০ বিশ্বকাপ। পাকিস্তানৰ বিৰুদ্ধে খেলিব প্ৰথমখন খেল…

আজিৰে পৰা আৰম্ভ মহিলা টি-২০ বিশ্বকাপ। দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া এই বিশ্বকাপত ভাৰতীয় দলটোৱে দেওবাৰে পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব। এই খেলখন কেপ টাউনৰ নিউলেণ্ডছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ভাৰতীয় সময় অনুসৰি এই খেলখন
Read More...

সুস্থ হৈ উঠিছে ঋষভ পন্ট; দুৰ্ঘটনাৰ পিছত প্ৰথমবাৰৰ বাবে ফটো মুকলি কৰিলে পন্টে

ক্ৰিকেটাৰ ঋষভ পণ্টে ২০২২ চনৰ ৩০ ডিচেম্বৰত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ছ’চিয়েল মিডিয়াত নিজৰ ছবি শ্বেয়াৰ কৰিছিল।চিত্ৰসমূহত পণ্টক ক্ৰাচত খোজ কাঢ়ি থকা দেখা গৈছে। পণ্টে লিখিছে, "এখোজ আগুৱাই
Read More...

আজিৰ পৰা আৰম্ভ মহিলা টি-২০ বিশ্বকাপ। ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ খেল…

২০২৩ চনৰ মহিলা টি-২০ বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ দলক একেটা গ্ৰুপতে স্থান দিয়া হৈছে। ১২ ফেব্ৰুৱাৰীত দুয়োটা দল মুখামুখি হ’ব। আজিৰ পৰা (১০ ফেব্ৰুৱাৰী) মহিলা টি-২০ বিশ্বকাপ আৰম্ভ হ’ব। প্ৰথমখন খেলত মুখামুখি হ’ব আয়োজক দক্ষিণ আফ্ৰিকা আৰু
Read More...

টেষ্ট ক্ৰিকেটৰ ইতিহাসত ৪৫০টা উইকেট দখল কৰি দ্বিতীয় দ্ৰুততম বলাৰ হিচাপে পৰিগণিত হৈছে অশ্বিন

নাগপুৰত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ সময়ত এই কৃতিত্ব অৰ্জন কৰি আজি ভাৰতৰ অল ৰাউণ্ডাৰ ৰবিচন্দ্ৰ অশ্বিনে টেষ্ট ক্ৰিকেটত ৪৫০ উইকেট দখল কৰা দ্বিতীয় দ্ৰুততম বলাৰ হিচাপে পৰিগণিত হয়।
Read More...

মহিলা আই পি এল নিলামৰ বাবে নিৰ্বাচিত অসমৰ দুই কন্যা

মহিলা আই পি এল নিলামৰ বাবে নিৰ্বাচিত অসমৰ দুই কন্যা অসমৰ এই দুই কন্যা নাম হৈছে উমা চেত্ৰী আৰু জিন্টিমণি কলিতা। ১৩ ফেব্ৰুৱাৰীত মুম্বাইত
Read More...

ট্ৰেক্টৰেৰে হাল বোৱাত ব্যস্ত মহেন্দ্ৰ সিং ধোনী…

কিছুসময়ৰ পূৰ্বে শ্বেয়াৰ কৰা এটা নতুন ভিডিঅ’ত ধোনীয়ে ট্ৰেক্টৰ চলাই ৰাঁচীৰ নিজৰ ফাৰ্ম হাউচৰ পথাৰত হাল বাই থকা দেখা গৈছে।দুবছৰৰ ব্যৱধানৰ পিছত পুনৰ ইনষ্টাগ্ৰামত ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী। কিছুসময়ৰ পূৰ্বে শ্বেয়াৰ কৰা এটা নতুন
Read More...

পুনৰ খেল পথাৰত ঋষভ পণ্ট! ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাত ঋষভে খেলিবনে? পণ্টৰ এটা ইনষ্টাগ্ৰাম…

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল ৯ ফেব্ৰুৱাৰীৰ পৰা নাগপুৰত অনুষ্ঠিত হ’ব। এই খেলৰ পূৰ্বে টিম ইণ্ডিয়াৰ তাৰকা উইকেট কীপাৰ বেটছমেন ঋষভ পন্তৰ এটা পোষ্টে অনুৰাগীৰ হৃদস্পন্দন বৃদ্ধি কৰিছে। ৯ ফেব্ৰুৱাৰীৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে
Read More...

খেলৰ মাজতে অনুৰাগীয়ে শুবমান গিলক ছাৰা আলী খান বুলি জোকালে বিৰাট কোহলীৰ প্ৰতিক্ৰিয়া চাওক…

কিছুদিনৰ পৰা ক্ৰিকেটাৰ শুভ্মান গিলৰ সৈতে ছাৰা আলী খানৰ নাম জড়িত হৈ আছে। ভাৰতৰ এখন খেলৰ সময়ত ষ্টেডিয়ামত ৰাইজে ‘ছাৰা’ৰ নামৰে শুবমানক জোকাবলৈ আৰম্ভ কৰিছিল, তেতিয়া বিৰাট কোহলীয়ে যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেয়া জানিলে আচৰিত হ'ব। বিৰাটৰ
Read More...