Breaking

Browsing Category

ক্রীড়া-জগত

পুনৰ খেল পথাৰত ঋষভ পণ্ট! ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাত ঋষভে খেলিবনে? পণ্টৰ এটা ইনষ্টাগ্ৰাম…

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল ৯ ফেব্ৰুৱাৰীৰ পৰা নাগপুৰত অনুষ্ঠিত হ’ব। এই খেলৰ পূৰ্বে টিম ইণ্ডিয়াৰ তাৰকা উইকেট কীপাৰ বেটছমেন ঋষভ পন্তৰ এটা পোষ্টে অনুৰাগীৰ হৃদস্পন্দন বৃদ্ধি কৰিছে। ৯ ফেব্ৰুৱাৰীৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে
Read More...

খেলৰ মাজতে অনুৰাগীয়ে শুবমান গিলক ছাৰা আলী খান বুলি জোকালে বিৰাট কোহলীৰ প্ৰতিক্ৰিয়া চাওক…

কিছুদিনৰ পৰা ক্ৰিকেটাৰ শুভ্মান গিলৰ সৈতে ছাৰা আলী খানৰ নাম জড়িত হৈ আছে। ভাৰতৰ এখন খেলৰ সময়ত ষ্টেডিয়ামত ৰাইজে ‘ছাৰা’ৰ নামৰে শুবমানক জোকাবলৈ আৰম্ভ কৰিছিল, তেতিয়া বিৰাট কোহলীয়ে যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেয়া জানিলে আচৰিত হ'ব। বিৰাটৰ
Read More...

খেল অনুশীলনৰ মাজতে নতুন ফোন হেৰালে বিৰাট কোহলীৰ। এই সন্দৰ্ভত বিৰাট কোহলীৰ টুইট…

ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে ছ’চিয়েল মিডিয়াত টুইট কৰি আনবক্স কৰাৰ পূৰ্বে নিজৰ ফোন হেৰুৱাইছিল। ইয়াৰ সমান্তৰালকৈ তেওঁ অনুৰাগীসকলক এটা প্ৰশ্নো সুধিছিল। ভাৰতীয় দলটোৱে বৰ্তমান ৯ ফেব্ৰুৱাৰীৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪খন
Read More...

৪ মাৰ্চৰ পৰা আৰম্ভ হ’ব মহিলা প্ৰিমিয়াৰ লীগ, সকলো খেল অনুষ্ঠিত হ’ব মুম্বাইত, জানক সবিশেষ

অহা ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব মহিলা প্ৰিমিয়াৰ লীগৰ নিলাম। আনহাতে মহিলা প্ৰিমিয়াৰ লীগৰ মেচ ৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ মুম্বাইত অনুষ্ঠিত হ’ব। ক্ৰিকেট অনুৰাগীৰ বাবে এটা ভাল খবৰ। আচলতে বিচিচিআইয়ে মহিলা প্ৰিমিয়াৰ লীগৰ সূচী প্ৰকাশ কৰিছে।
Read More...

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ইতিহাস সৃষ্টি কৰিব কোহলীয়ে! শচীন টেণ্ডুলকাৰৰ পিছত দ্বিতীয়জন…

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ চাৰিখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ অহা ৯ ফেব্ৰুৱাৰীৰ পৰা নাগপুৰত অনুষ্ঠিত হ’ব। এই মেচত টিম ইণ্ডিয়াৰ বেটছমেন বিৰাট কোহলীয়ে নিজৰ নামত ডাঙৰ অভিলেখ গঢ়িব পাৰে। এতিয়ালৈকে এই মহান অভিলেখ খেলা বিশ্বৰ কোনো বেটছমেনে
Read More...

আজি ক্ৰিকেটাৰ অৰ্শদীপ সিঙৰ জন্মদিন। কম বয়সতে বহু কৃতিত্ব অৰ্জন কৰিছিল অৰ্শদীপ সিঙে

কম সময়ৰ ভিতৰতে অৰ্শদীপ সিঙে নিজৰ নাম উজলাইছে। টিম ইণ্ডিয়াৰ হৈ বহুবাৰ ভাল প্ৰদৰ্শন আগবঢ়াইছে। কিন্তু ইয়াৰ লগে লগে তেওঁক সমালোচনাও কৰা হৈছে।যোৱা এবছৰত যদি ভাৰতীয় দলৰ কোনো বলাৰৰ বিষয়ে সৰ্বাধিক আলোচনা হৈছে, তেন্তে সেয়া হ’ল বাওঁহাতৰ বেগী
Read More...

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ বাবে খেলপথাৰত অনুশীলন টিম ইণ্ডিয়াৰ খেলুৱৈৰ…

বিদৰ্ভ ৰাজ্যিক ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টেষ্ট মেচ অনুষ্ঠিত হ’বলগীয়া টিম ইণ্ডিয়াৰ অনুশীলন অধিৱেশনৰ আয়োজন কৰা হয়।আগন্তুক বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী (টেষ্ট ছিৰিজ)ৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া খেলখনৰ পূৰ্বে
Read More...

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ মৃত্যু। পাৰভেজ মুশ্বাৰফে এম এছ ধোনিৰ দীঘল চুলিৰ…

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ মৃত্যু। মহেন্দ্ৰ সিং ধোনিৰ দীঘল চুলি সন্দৰ্ভত তেওঁ বিশেষ পৰামৰ্শ দিছিল।পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ দেওবাৰে ডুবাইৰ এখন চিকিৎসালয়ত মৃত্যু হয়। তেওঁৰ বয়স আছিল ৭৯ বছৰ।
Read More...

চণ্ডিগড়ত অনুষ্ঠিত নাগেশ ট্ৰফি টি-২০ ত অংশ ললে অসম দৃষ্টিহীন ক্ৰিকেট দলে

ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট সন্থাৰ উদ্যোগত ৩১ জানুৱাৰীৰ পৰা চণ্ডিগড়ত অনুষ্ঠিত ভাৰতৰ দৃষ্টিহীন ক্ৰিকেটৰ সৰ্বোচ্চ প্ৰতিযোগিতা নাগেশ ট্ৰফিত অসম দৃষ্টিহীন ক্ৰিকেট দলেও অংশগ্ৰহণ কৰে। ৰাজদ্বীপ ডাকুৱাৰ
Read More...

টীম ইণ্ডিয়াৰ খেলুৱৈ যোগিন্দৰ শৰ্মাই ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা ! বিচিচিআইয়ে জনালে এই কথা

ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ যোগিন্দৰ শৰ্মাই ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। হাৰিয়ানা আৰক্ষীত ডি এছ পি হিচাপে পদত অধিষ্ঠিত।ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ যোগিন্দৰ শৰ্মাই অৱসৰৰ কথা ঘোষণা কৰিছে। তেওঁ টিম ইণ্ডিয়াৰ হৈ মাত্ৰ ৪ খন টি-২০
Read More...