Breaking

শিৱসাগৰৰ আমগুৰিত অনুষ্ঠিত হোৱা দহ দিনীয়া বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাৰ সফল সামৰণি

0 74

শিৱসাগৰৰ আমগুৰি দুৰ্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা দহ দিনীয়া বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাৰ সফল সামৰণি।শিৱসাগৰৰ আমগুৰিত পাৰ্ৱতী মইনা পাৰিজাতৰ উদ্যোগত দুৰ্লভ চন্দ্ৰ গগৈ জকাইছুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাৰ সফল সামৰণি পৰে ।

এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে ড০ আম্বেদকাৰ বঁটা প্ৰাপক তথা নৃত্যাশ্ৰী উপাধি লাভ কৰা নৃত্য শিল্পী নিৰ্মালী দাসে। সামৰণি অনুষ্ঠানৰ শুভ উদ্বোধক হিচাপে উপস্থিত থাকে উপাধ্যক্ষ দিগন্ত দত্ত আৰু বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক কুলধৰ বৰা।

Leave A Reply