Breaking

Browsing Tag

Akhil Gogoi

অৰ্কিড পাৰ্কৰ নামত ২২বিঘা মাটি নিজৰ নামত কৰিলে অখিল গগৈয়ে ! বিধানসভাত ৰূপজ্যোতি কুৰ্মীয়ে উত্থাপন…

'অৰ্কিড পাৰ্কৰ নামত ২২বিঘা মাটি নিজৰ নামত কৰিলে অখিল গগৈয়ে' 'প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ
Read More...

“২০২৬ত অখিল গগৈয়েই মুখ্যমন্ত্ৰী হ’ব”-গিৰিশংকৰ গোস্বামী

নিজৰ দলৰ সম্ভাৱনাময় নেতা কৰ্মীকে দলত ৰাখিব নোৱাৰা কংগ্ৰেছে যে বিৰোধীক ঐক্যবদ্ধ কৰিব পাৰিব সেইলৈ আশাবাদী নহয় ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামী।
Read More...

শিৱসাগৰৰ জেঙনীকটিয়া বজাৰগৃহত বিধায়ক অখিল গগৈৰ সহযোগত সমূহীয়া ইফটাৰৰ আয়োজন…

পবিত্ৰ ৰমজান মাহৰ ৰোজা চলি থকাৰ ক্ষণত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আগবঢ়ালে ৰাজহুৱা ইফটাৰ। শিৱসাগৰৰ জেঙনীকটিয়া বজাৰগৃহত ৰাইজৰ দলৰ উদ্যোগত এই সমূহীয়া ইফটাৰৰ আয়োজন।
Read More...

আছাদুদ্দিন ওৱেছিৰ দৰে বদৰুদ্দিন আজমল অসমৰ বিজেপিৰ বি টিম-অখিল গগৈ

শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অভিযোগ কৰে যে বদৰুদ্দিন আজমলৰ অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট (AIUDF) অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ ‘টিম বি’। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয় যে, 'আছাদুদ্দিন
Read More...

অসমত ৬২ গৰাকীক হত্যা কৰিছে চৰকাৰে – অখিল গগৈ ! পুঁজিপতিৰ মাটিত নচলে বুলড’জাৰ…

আৰক্ষীৰ এনকাউন্টাৰক লৈ পুনৰ আক্ৰমনাত্মক হৈ পৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অসমত ৬২ গৰাকী ব্যক্তিক পৰিকল্পিত ভাবে চৰকাৰে হত্যা কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে গগৈয়ে। তেও শিলসাঁকোত প্ৰশাসনে চলোৱা
Read More...

মঙলবাৰে নিয়াৰ আদালতত হাজিৰ হয় বিধায়ক অখিল গগৈ…

অখিল গগৈৰ বিৰুদ্ধে থকা নিয়াৰ গোচৰৰ সন্দৰ্ভত সোমবাৰে দিয়া আদালতৰ নিৰ্দেশ অনুযায়ী আজি চানমাৰিস্থিত নিয়া আদালতত হাজিৰ হয় অখিল গগৈ। অখিল গগৈ বৰ্তমান জামিনত আছে৷ অখিল গগৈৰ জামিন সন্দৰ্ভত ৩ মাৰ্চতহে
Read More...

অখিল গগৈ আৰু পৱন খেড়ালৈ সকাহ আদালতৰ ! ৩ মাৰ্চলৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে

শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু কংগ্ৰেছ নেতা পৱন খেড়াক সাময়িক সকাহ উচ্চতম ন্যায়ালয়ৰ। বিধায়ক অখিল গগৈৰ "নিয়া" ৰ গোচৰ সম্পৰ্কীয় গোচৰৰ শুনানী ৩ মাৰ্চলৈ স্হগিত ৰখাৰ লগতে তেওঁৰ জামিনৰ ম্যাদো ৩ মাৰ্চলৈ বৃদ্ধি কৰে। একেদৰে প্ৰধানমন্ত্ৰী
Read More...

অখিল গগৈ ইউএপিএৰ গোচৰ অভিযোগনামাত গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ শুনানি সমাপ্ত…

শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এন আই এয়ে ২০২১ চনত অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) সংশোধনী (ইউ এ পি এ) গোচৰত ৰাইজৰ দলৰ নেতাক মুকলি কৰি দিয়া এন আই এৰ বিশেষ আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই দাখিল কৰা অভিযোগনামাৰ শুনানি সোমবাৰে সমাপ্ত কৰে
Read More...

সফলতাৰে সম্পন্ন হ’ল অখিল গগৈৰ অস্ত্ৰোপচাৰ…

সম্পন্ন হ'ল বিধায়ক অখিল গগৈৰ জটিল অস্ত্ৰোপচাৰ। বিগত কিছুদিন ধৰি চুপ্ৰাভেন্ট্ৰিকুলাৰ টেকিকাৰডিয়া ৰোগত আক্ৰান্ত হৈ আছিল অখিল গগৈ। গগৈৰ অস্ত্ৰোপচাৰ শুকুৰবাৰে বেংগালুৰুস্থিত নাৰায়ণা হেল্থচিটিত সফলতাৰে সম্পন্ন হয়।
Read More...