Tag: ASSAM

Browse our exclusive articles!

হাজোৰ বুল্লুট খোপনিকুছিত চাঞ্চল্যকৰ অপহৰন কাণ্ড!এগৰাকী ১২ বছৰীয়া স্কুলীয়া ছাত্ৰীক দিন দুপৰতে অপহৰন! হাজো আৰক্ষী থানাত এজাহাৰ দাখিল

কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত হাজোৰ বুল্লুট খোপনিকুছিত এক চাঞ্চল্যকৰ অপহৰন কাণ্ড সংঘটিত হৈছে।এগৰাকী ১২ বছৰীয়া স্কুলীয়া ছাত্ৰীক যোৱা ১৬ আগষ্ট তাৰিখে কোনো...

গোসাইগাঁও জিলা বাতৌ গৌতুম সমিতিৰ উদোগত ৫ তম প্ৰতিষ্ঠা দিৱস পালন

গোসাইগাঁও মহকুমাৰ অন্তৰ্গত বাৰ্জাবিল গাওঁত আজি গোসাইগাঁও জিলা বাতৌ গৌতুম সমিতিৰ উদ্যোগত ৫ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। লগতে এখন আঞ্চলিক সমিতি গঠন...

বৰপেটা সত্ৰত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী সংগতি ৰাখী নন্দোৎসৱ পালন…

দ্বিতীয় বৈকুণ্ঠপুৰী খ্যাত বৰপেটা সত্ৰত জন্মাষ্টমীৰ সংগতি ৰাখি নন্দোৎসব পালন কৰা হয়।নন্দোৎসব বা স্থানীয় ভাষাত পেক যাত্ৰা বুলি কোৱা হয়।এই নন্দোৎসব গোপ শিশু সকলে...

জাতীয় সাজ পৰিধান নকৰাকৈ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ কীৰ্ত্তনঘৰত প্ৰবেশ কৰিলে সমষ্টি(কলিয়াবৰ) টোৰে সাংসদ গৌৰৱ গগৈয়ে। সত্ৰাধিকাৰকে প্ৰমুখ্য কৰি বিভিন্নজনৰ প্ৰতিক্ৰিয়া…

জাতীয় সাজ পৰিধান নকৰাকৈ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ কীৰ্ত্তনঘৰত প্ৰবেশ কৰিলে সমষ্টি(কলিয়াবৰ) টোৰে সাংসদ গৌৰৱ গগৈয়ে। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে বটদ্ৰৱা থানৰ কীৰ্ত্তনঘৰত...

চৰকাৰী আচঁনিয়ে ঢুকি নেপোৱা যতীন বৰা লৈ আগবঢ়াওক সহায়ৰ হাত…

চৰকাৰৰী আচঁনিয়ে ধুকি নেপোৱা এটা পৰিয়ালৰ জীয়া সংগ্ৰামৰ কৰুণ গাঁথা ।পশ্চিম ব্ৰহ্মপুত্ৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত পুৰণি মাটি ভকত গাঁওৰ নিৱাসী যতীন বৰাৰ পৰিয়ালটি আজিও...

Popular

নাজিৰাত ভয়াৱহ বান পৰিস্থিতিঃ নাজিৰাত বান শিবিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নাজিৰাত বান শিবিৰত পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নাজিৰাত ভয়াৱহ বান পৰিস্থিতি: ৫০ জনৰো অধিক নিৰুদ্দেশ, ১৮ জনৰ মৃতদেহ উদ্ধাৰ

উজনিৰ বানাক্ৰান্তলৈ ২কোটি টকাৰ সাহায্য ঘোষণা বদৰুদ্দিন আজমলৰ

উজনিৰ বানাক্ৰান্তলৈ ২কোটি টকাৰ সাহায্য ঘোষণা বদৰুদ্দিন আজমলৰ। বান বিধ্বস্ত যোৰহাট, শিৱসাগৰ, চৰাইদেউলৈ যাব বিধায়ক আজমল।

নাজিৰা-লাকুৱাৰ অভয়াপুৰীয়াত একেটা পৰিয়ালৰ ৪ জন বানত উটি গ’লঃ ৩ জনৰ মৃতদেহ উদ্ধাৰ মাতৃ এতিয়াও সন্ধানহীন

নাজিৰা-লাকুৱাৰ অভয়াপুৰীয়াত বানৰ কৰাল গ্ৰাসঃ একেটা পৰিয়ালৰ ৪ জন বানত উটি গ'ল

NEET প্ৰশ্নকাকত ফাদিল বিতৰ্ক: ‘ছাত্ৰ-ছাত্ৰীক উচটনি নিদি সঠিক পথ দেখুৱাওক’— NDA সাংসদক প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান

NEET প্ৰশ্নকাকত ফাদিল বিতৰ্ক: ‘ছাত্ৰ-ছাত্ৰীক উচটনি নিদি সঠিক পথ দেখুৱাওক’— NDA সাংসদক প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান

Subscribe

spot_imgspot_img