Tag: ASSAM

Browse our exclusive articles!

BTR। বিটিচি প্ৰধান প্ৰমোদ বড়োৰ বাক্সাত উন্নয়নৰ বাবে বিশেষ পদক্ষেপ আন্তঃগাঁথনি, কৃষি, আৰু শীতল ভঁৰাল ৰখাৰ ওপৰত গুৰুত্ব বিটিআৰত

BTR। বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলত সংযোগ বৃদ্ধি আৰু উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি বিটিচি ৰ মুৰব্বী প্ৰমোদ বড়োৱে বাক্সাৰ ডলবাৰীত একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ (ইএমআৰএছ) সৈতে ৰাষ্ট্ৰীয় ঘাইপথ-১২৭ নং সংযোগী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। বিটিআৰ আন্তঃগাঁথনি শক্তিশালী কৰা, গ্ৰাম্য অৰ্থনীতি উন্নত কৰা আৰু বাক্সা জিলাৰ লোকসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ বাবে বিভিন্ন নতুন প্ৰকল্পৰ কাম কৰি আহিছে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ।

Barpeta। বৰপেটা পলিটেকনিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কৰ্মবিৰতি পালন

Barpeta। দৰমহা আদায়ৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত ৰাজ্যৰ ১১খন পলিটেকনিক আৰু দুখন ইঞ্জিনাৰিং কলেজৰ লগতে বৰপেটা পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কৰ্মবিৰতি পালন ৷ সদৌ অসম নৱনিৰ্মিত পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ উদ্যোগত দৰমহা আদায়ৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত অসমৰ ১১খন পলিটেকনিক আৰু ২খন ইঞ্জিনিয়াৰিং কলেজৰ লগতে বৰপেটা পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাচ দিনীয়া কৰ্মবিৰতি পালন ৷

Online Trading। ট্রেডিং কেলেংকাৰীৰ অভিযুক্তৰ জামিন সন্দৰ্ভত কি ক’লে… গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন‌ মহাজনে !

Online Trading। ট্রেডিং কেলেংকাৰীৰ আঠজন অভিযুক্তই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন‌ মহাজনে কয়, "ট্রেডিং কেলেংকাৰীৰ আঠজন অভিযুক্তই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰিছিল ।

Kaziranga । কাজিৰঙাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা

Kaziranga। ৰাজ্য়খনৰ পৰ্যটন ক্ষেত্ৰৰ বাবে ভাল খবৰ । পৰ্যটন বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে পৰ্যটন ক্ষেত্ৰসমূহত দেশী বিদেশী পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে ।

Margherita । মাৰ্ঘেৰিটাত সমঃজিলা ভিত্তিত মে ডাম মে ফি ৰ আয়োজনৰ প্ৰস্তুতি

Margherita । মে-ডাম-মে-ফি হৈছে টাই আহোমসকলৰ ফুৰালুং ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত এক উৎসৱ।পূৰ্বপুৰুষক উপাসনাৰে দেশ তথা জাতিৰ মঙ্গল কামনাৰে আয়োজিত কৰা হয় এই উৎসৱ (May Dam Me Phi) ।

Popular

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় ধ্ৰুপদী ভাষা দিৱস পালন

ধ্ৰুপদী ভাষা দিৱসটো ৩ অক্টোবৰ তাৰিখে ৰূপাই শাখা সাহিত্য সভাৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়।

সোণাপুৰত সশস্ত্ৰ সীমা বলৰ হিন্দী পক্ষৱাড়াৰ অধীনত বিভিন্ন কাৰ্যসূচী

সোণাপুৰত সশস্ত্ৰ সীমা বলৰ হিন্দী পক্ষৱাড়াৰ অধীনত বিভিন্ন কাৰ্যসূচী

তিতাবৰত ‘ৰজত কমল বঁটা’ প্ৰাপ্ত কথাছবি ‘জুইফুল’ৰ পৰিচালক যদুমণি দত্তক উষ্ম সম্বৰ্ধনা

তিতাবৰত 'ৰজত কমল বঁটা'প্ৰাপ্ত কথাছবি 'জুইফুল'ৰ পৰিচালক যদুমণি দত্তক উষ্ম সম্বৰ্ধনা

যমদুৱাৰ সমষ্টিৰ কাশীয়াবাৰী অৰনাই খেলপথাৰত দুদিনীয়া MCLA ফুটবল টুৰ্ণামেণ্ট প্ৰতিযোগিতা

যমদুৱাৰ সমষ্টিৰ কাশীয়াবাৰী অৰনাই খেলপথাৰত দুদিনীয়া MCLA ফুটবল টুৰ্ণামেণ্ট প্ৰতিযোগিতা

Subscribe

spot_imgspot_img