Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Tag:
ASSAM
Search
Browse our exclusive articles!
Pijush Hazarika । বিহালীত নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিছে কংগ্ৰেছে- মন্ত্ৰী পীযুষ হাজৰীকা
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 14, 2024
Pijush Hazarika । উপ-নিৰ্বাচনত এইবাৰ নাভূত-নাশ্ৰুত ঘটনা সংঘটিত হৈছে! ভোটগ্ৰহণ চলি থকা সময়ত সমষ্টিৰ বাহিৰৰ মানুহে আহি নিৰ্বাচনী প্ৰচাৰ চলাইছে। অসমত প্ৰথমবাৰৰ কাৰণে এনে ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। কালি ভোটগ্ৰহণৰ সময়ত সমষ্টিৰ বাহিৰৰ পৰা আহি কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীয়ে বিহালীৰ বুথে বুথে গৈ প্ৰচাৰ চলোৱা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই। (Pijush Hazarika)
Guwahati । গণেশগুৰিত থিয়েটাৰৰ সূৰ্য্যই নাট প্ৰদৰ্শন’মৰমত তেজৰ টোপাল’
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 11, 2024
চলিত নাট্যবর্ষত যিকেইখন নাটকে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে সেই নাটক সমূহৰ ভিতৰতে এখন অন্যতম নাটক হল থিয়েটাৰ সূৰ্য্যৰ দ্বাৰা নিবেদিত 'মৰমত তেজৰ টোপাল' (Guwahati)।
Majuli । জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ মাজুলীৰ
অসম
দৈনন্দিন বাৰ্তা
-
November 9, 2024
সমগ্ৰ অসমৰ লগতে মাজুলীতো অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত সপ্তাহজুৰি ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে (Majuli) । জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ মাজুলী জিলা সমিতিৰ উদ্যোগত এই সপ্তাহ জোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান অংশ হিচাবে আজি মাজুলীৰ ৰাজগুৰুবাৰী প্ৰাথমিক বিদ্যালয়ত জিলা সভাপতি ৰমেশ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত ভাষা গৌৰৱ সপ্তাহৰ সামৰণি অনুষ্ঠান সম্পন্ন হয়। মাজুলী জিলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ সম্পাদক শংকুসিদ্ধ নাথে আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰা সভাখন উদ্বোধন কৰে মাজুলী জিলা যুৱ -ছাত্ৰ পৰিষদৰ সভাপতি মুনিন্দ্ৰ ভূঞাই ।
Uriagaon Tree Row: উৰিয়াগাঁৱত গছ কটা কাৰ্যত পান্থতৰু সংৰক্ষণী অসমৰ প্ৰতিক্ৰিয়া
assam
দৈনন্দিন বাৰ্তা
-
November 9, 2024
নগাঁৱৰ উৰিয়াগাঁৱৰ(Uriagaon Tree Row) বায়পাছ চাৰিআলিৰ থকা ডিভাইদাৰত থকা প্ৰায় ৩০ জোপা গছ গুৱাহাটীৰ এজন ঠিকাদাৰৰ নিৰ্দেশত শ্ৰমিকে কাটি পেলোৱা কাৰ্যৰ বিৰুদ্ধে নগাঁৱৰ পান্থতৰু সংৰক্ষণী অসম নামৰ এটা প্ৰকৃতিপ্ৰেমী সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।
Dhubri । কাছাৰীহাটত ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহ, ধুবুৰী জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ
অসম
দৈনন্দিন বাৰ্তা
-
November 7, 2024
ধুবুৰী (Dhubri) জিলাৰ কাছাৰীহাট শাখা সাহিত্য সভাৰ উদ্যোগত আৰু ধুবুৰী জিলা সাহিত্য সভাৰ দিনজোৰা কাৰ্যসূচীৰে ধুবুৰী জিলা সাহিত্য সভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক, ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহ আৰু কুঁহি অনুষ্ঠান কেইটা নৃত্য গীত- মাত, অসম সাহিত্য সভাৰ জয়ধ্বনিৰে কাছাৰীহাটৰ আকাশ-বতাহ মুখৰিত হৈ পৰে।
1
...
302
303
304
...
3,007
Page 303 of 3,007
Popular
আজি নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনঃ ১৯ লাখ ২ হাজাৰ ৯ জন ভোটাৰে নিৰ্ণয় কৰিব ১৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য
দৈনন্দিন বাৰ্তা
-
October 6, 2026
চিজেপিয়ে অসমৰ পৰিস্থিতিটো বুজি নেপায় – মুখ্যমন্ত্ৰী , আছুৰ লগত বিজেপিৰ সম্পৰ্ক নাইঃ আছুই বিজেপিকো গালি পাৰে আৰু মইও আছুক গালি পাৰি থাকো
মুখ্য-পৃষ্ঠা
October 5, 2026
চিজেপিয়ে অসমৰ পৰিস্থিতিটো বুজি নেপায় - মুখ্যমন্ত্ৰী , আছুৰ লগত বিজেপিৰ সম্পৰ্ক নাইঃ আছুই বিজেপিকো গালি পাৰে আৰু মইও আছুক গালি পাৰি থাকো
কণ্ঠশিল্পী মৰমী শৰ্মাৰ নতুন গান ‘ভালপোৱা কাহিনী’ মুকলি
মুখ্য-পৃষ্ঠা
October 5, 2026
গুৱাহাটী প্ৰেছ ক্লাৱত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে উন্মোচন কৰা হয় মৰমী শৰ্মাৰ নতুন আধুনিক গীত ‘ভালপোৱা কাহিনী’।
উচ্চতম ন্যায়ালয়ত আজি পুনৰ মুখথেকেচা শ্যামকানু মহন্তৰ
মুখ্য-পৃষ্ঠা
October 5, 2026
শ্যামকানুক আজিও জামিন নিদিলে সৰ্বোচ্চ ন্যায়ালয়ে। ৪ নৱেম্বৰত পৰৱৰ্তী শুনানিৰ তাৰিখ ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে।
প্ৰেৰণা ট্ৰাষ্টৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনঃ বছৰজোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান সম্পন্ন
মুখ্য-পৃষ্ঠা
October 5, 2026
প্ৰেৰণা ট্ৰাষ্টৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনঃ বছৰজোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান সম্পন্ন
Subscribe
I want in
I've read and accept the
Privacy Policy
.