Tag: ASSAM

Browse our exclusive articles!

Kaziranga National Park: এমভি মহাবাহুৰে চতুৰ্থবাৰৰ বাবে পৰ্যটক হৈ অসমৰ কলিয়াবৰত উপস্থিত হোৱা ১০১ বছৰ গৰকা নিউজিলেণ্ডৰ আইতা নেন্সি ৰৱাৰ্টচে নাচিলে বিহু

ৰাজ্যলৈ এতিয়া দেশী-বিদেশী পৰ্যটকৰ সোঁত বৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga National Park) পৰিদৰ্শন কৰিবলৈ ব্ৰক্ষ্মপুত্ৰৰ কুকুৰে জাহাজেৰে দ্বিতীয়টো পৰ্যটকৰ দল মঙ্গলবাৰে বিয়লি কলিয়াবৰৰ শিলঘাট জাহাজঘাটত উপস্থিত হয়। এই দলটোতে নিউজিলেণ্ডৰ ১০১ বছৰীয়া আইতাই লাখুটি লৈ আহিল অসমলৈ(Assam)।

Zubeen Garg । জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ বিষয়ে চৰ্চা কৰাৰ প্ৰয়োজন …

Zubeen Garg । জুবিন গাৰ্গে কোনটো ভাষাত গান গোৱা নাই । জুবিন গাৰ্গক অকল কন্ঠশিল্পী বুলি কলে ভূল কোৱা হ'ব । সমাজৰ আৰ্তজনৰ কাষত থিয় দিয়া ব্যক্তি জুবিন গাৰ্গ । প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে অসমীয়া, হিন্দী, বঙালীকে ধৰি বিভিন্ন ভাষা আৰু উপ-ভাষাত প্ৰায় ৯,০০০তকৈ অধিক গীত গাইছে। জুবিন গাৰ্গক জীৱিত কালতে সন্মান দিয়া প্ৰয়োজন , প্ৰকৃতি ভালপোৱা জুৱিন গাৰ্গে সাধাৰণ মানুহক ভাল পায় । মানুহৰ লগতে থাকি ভালপোৱা এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী জুবিন গাৰ্গে ।

Assam bypolls । বিহালীত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী পীয়ুষ হাজিৰকাৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ

(Assam bypolls )ৰাজ্যত উপ-নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে, সিমানে ক্ৰমাৎ গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ৷ এইবেলি ৰাজ্যৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহৰ ভিতৰত প্ৰধানকৈ দুটা সমষ্টিয়ে সমগ্ৰ ৰাজ্যবাসীৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ তাৰে এটা হৈছে চামগুৰি আৰু আনটো হৈছে বিহালী৷ চামগুৰি সমষ্টিত কংগ্ৰেছৰ শক্তিশালী নেতা তথা বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ঠিয় দিছে৷ ফলত সমষ্টিটোত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তয়াময়া নিৰ্বাচনী যুঁজ হ’ব বুলি ধাৰণা কৰা হৈছে ৷ (pijush hazarika) (পীয়ুষ হাজিৰকা)

 ASSAM PHYSICON 2024 । দুদিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীত অসম ফিজিঅ’কন ২০২৪

"অসুস্থ মানব শৰীৰৰ জটিলতা দূৰ কৰাৰ ক্ষেত্ৰত উপযুক্ত মাধ্যম হৈছে ফিজিঅ'থেৰাপী।"গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰেক্ষাগৃহত পৰা অহা ৩ নবেম্বৰলৈ দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত “অসম ফিজিঅ’কন ২০২৪'' শীৰ্ষক ফিজিঅ’থেৰাপিৰ ৰাষ্ট্ৰীয় অধিৱেশনত অংশ লৈ এনেদৰেই মন্তব্য কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডা: অচ্যুত চন্দ্ৰ বৈশ্যই।(ASSAM PHYSICON 2024)

Nakachari: নকছাৰিত প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে দেখুৱালে গুৰু শিষ্যৰ সম্বন্ধৰ নিদৰ্শন

প্ৰয়াত ললিত চন্দ্ৰ বৰপূজাৰীৰ সমাধি ক্ষেত্ৰত এখনি সেতু নিৰ্মাণ কৰি দেখুৱালে গুৰু শিষ্যৰ প্ৰকৃত প্ৰেম।(Nakachari) ললিত বৰপূজাৰী এজন শিক্ষকেই নহয় তেখেত এজন শিক্ষিত সমাজ গঢ়োতা আদৰ্শবান ব্যক্তি আছিল

Popular

চিজেপিয়ে অসমৰ পৰিস্থিতিটো বুজি নেপায় – মুখ্যমন্ত্ৰী , আছুৰ লগত বিজেপিৰ সম্পৰ্ক নাইঃ আছুই বিজেপিকো গালি পাৰে আৰু মইও আছুক গালি পাৰি থাকো

চিজেপিয়ে অসমৰ পৰিস্থিতিটো বুজি নেপায় - মুখ্যমন্ত্ৰী , আছুৰ লগত বিজেপিৰ সম্পৰ্ক নাইঃ আছুই বিজেপিকো গালি পাৰে আৰু মইও আছুক গালি পাৰি থাকো

কণ্ঠশিল্পী মৰমী শৰ্মাৰ নতুন গান ‘ভালপোৱা কাহিনী’ মুকলি

গুৱাহাটী প্ৰেছ ক্লাৱত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে উন্মোচন কৰা হয় মৰমী শৰ্মাৰ নতুন আধুনিক গীত ‘ভালপোৱা কাহিনী’।

উচ্চতম ন্যায়ালয়ত আজি পুনৰ মুখথেকেচা শ্যামকানু মহন্তৰ

শ্যামকানুক আজিও জামিন নিদিলে সৰ্বোচ্চ ন্যায়ালয়ে। ৪ নৱেম্বৰত পৰৱৰ্তী শুনানিৰ তাৰিখ ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে।

প্ৰেৰণা ট্ৰাষ্টৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনঃ বছৰজোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান সম্পন্ন

প্ৰেৰণা ট্ৰাষ্টৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনঃ বছৰজোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান সম্পন্ন

Subscribe

spot_imgspot_img