Tag: ASSAM

Browse our exclusive articles!

Durga Puja। শাৰদীয় দুৰ্গোৎসৱ

Durga Puja । ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত পালন কৰা উৎসৱৰ ভিতৰত দুৰ্গাপূজা অন্যতম। এই পূজা শৰৎকালত অনুষ্ঠিত হয় বাবে ইয়াক শাৰদীয় পূজা বোলে। শাৰদীয় উৎসৱ। প্ৰকৃতিক ভালপোৱা সকলো মানুহে শৰতৰ ৰূপ বন্দনা কৰি আহিছে।বাৰিষাৰ আকাশৰ কলীয়া ডাৱৰবোৰ আঁঁতৰি গৈ আকাশ হৈ পৰে নীলা আৰু ৰ্নিমল। বাৰিষাৰ বোকা পানী শুকাই পৃথিৱী হৈ পৰে সুন্দৰ। সুন্দৰ পৃথিৱীক সজাই তোলে শেৱালি পদুম ভেটগছ আদিয়ে। বৰ্ষাত মৰহি যোৱা দূবৰিবন পুনৰ সেউজীয়া আৰু সজীৱ হৈ উঠে। নিয়ৰৰ টোপাল পৰি শুভ্ৰ পোহৰত মুকুতা জিলিকাদি জিলিকে। পৃথিৱীৰ এই ৰূপৰ লগতে মানুহৰ মনো হৈ পৰে মুকলি।

Bike Rider:বাইক আৰোহীক ললিপপ প্ৰদান কৰিব কিয় !

(Bike Rider) হেলমেট পৰিধান নকৰি বাইক চলাই দুৰ্ঘটনাত পতিত হ'লে আৰু শৰীৰত আঘাট পালে, চিকিৎসকে চিকিৎসাৰ জৰিয়তে সকলো ঠিক কৰিব পাৰে ৷ কিন্তু হেলমেট পৰিধান নকৰাৰ ফলত মূৰত গুৰুতৰ আঘাট পালে তাৰ কোনো চিকিৎসা নাই ৷ এই মন্তব্য বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াৰ ৷ বোকাখাত আৰক্ষী থানাৰ সন্মুখত ফেচেংবৰ হেৰিটেজৰ হেলমেট পৰিধান নকৰি বাইক চলোৱা লোকক হেলমেট পৰিধান কৰিবলৈ আহ্বান জনোৱা অনুষ্ঠানত এই মন্তব্য কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷

New Assamese film: নতুন অসমীয়া চলচ্চিত্ৰ ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা মুকলি হ’ল পোষ্টাৰ আৰু গীতৰ অডিঅ’-ভিডিঅ’

(New Assamese film)এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে আজি গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত 'জিল ক্ৰিয়েশ্যনছ'ৰ বেনাৰত ৯০বছৰীয়া ঐতিহ্যমণ্ডিত অসমীয়া চিনেমাক গৌৰৱৰে উদ্‌যাপন কৰাৰ হেঁপাহেৰে মুনিন বৰুৱাৰ বৰ্ণিল জীৱন যাত্ৰাক আধাৰ হিচাপে লৈ নিৰ্মিত এখন নতুন অসমীয়া চিনেমা 'ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা'ৰ পোষ্টাৰ আৰু প্ৰথমটো গীতৰ অ’ডিঅ’-ভিডিঅ’ মুকলি কৰা হয় ৷ ভাইমন দা-এ ট্ৰিবিউট টু আছামিছ চিনেমা (Bhaimon Da -A tribute to Assmese cinema)ৰ কাহিনী,চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ৷চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে শ্যামন্তক গৌতমে ৷ কাৰ্যবাহী প্ৰযোজক হিচাপে আছে অনুপম শৰ্মা,চিনেমাখনৰ চিনেমেটোগ্ৰাফী ভাঞ্চিনাথন মুৰুগেচনৰ৷

Northeast Declared Heart And Soul Of Bharat: উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ হৃদয় আৰু আত্মাঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ

অসমীয়া এতিয়া ধ্ৰুপদী ভাষা, ই আমাৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰদৰ্শন। ভুল তথ্য আৰু প্ৰতিক্ৰিয়াশীলতাই জাতিৰ প্ৰভূত ক্ষতি কৰে, সকিয়ালে উপ-ৰাষ্ট্ৰপতিয়ে। আনহাতে সম্পাদকীয় পৃষ্ঠাই গণতন্ত্ৰৰ চকীদাৰ হিচাপে কাম কৰিব লাগিব বুলি কয় উপ-ৰাষ্ট্ৰপতি ধনখৰে।(Northeast Declared Heart And Soul Of Bharat)

pijush hazarika comments on asom sammilita morcha: জ্যোতিষীয়ে আগৰ নামটো বেয়া বুলি কৈছে চাগে, সেয়ে বিৰোধী শব্দটো উঠাই দিছে: অসম সন্মিলিত মৰ্চাক লৈ মন্তব্য...

জ্যোতিষীয়ে আগৰ নামটো বেয়া বুলি কৈছে চাগে, সেয়ে বিৰোধী শব্দটো উঠাই দিছে, অসম সন্মিলিত মৰ্চাক লৈ মন্তব্য পীযূষ হাজৰিকাৰ। জাগীৰোড আৰু লাহৰীঘাট জিলাত সম আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰি এই মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে।(pijush hazarika comments on asom sammilita morcha)

Popular

ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে ‘ইউথ এগেইনষ্ট ড্ৰাগছ ফাউণ্ডেচন’ৰ বিশেষ প্ৰচেষ্টা

ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে ‘ইউথ এগেইনষ্ট ড্ৰাগছ ফাউণ্ডেচন’ৰ বিশেষ প্ৰচেষ্টা

মঙলদৈত পদ্মশ্ৰী পখিলা লেকথেপিক ছহিদ মোজাম্মিল হক মাতৃভাষা বটাঁ প্ৰদানঃ জুবিন আৰু ছহিদ মোজাম্মিলক সুঁৱৰি কান্দোনত ভাগি পৰিল পখিলা

মঙলদৈত পদ্মশ্ৰী পখিলা লেকথেপিক ছহিদ মোজাম্মিল হক মাতৃভাষা বটাঁ প্ৰদানঃ জুবিন আৰু ছহিদ মোজাম্মিলক সুঁৱৰি কান্দোনত ভাগি পৰিল পখিলা

মুকালমুৱাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডত “সেৱা সংকল্প অভিযান” উপলক্ষে সেৱা সেতু অভিযান আৰু স্বাস্থ্য শিৱিৰৰ আয়োজন

মুকালমুৱাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডত "সেৱা সংকল্প অভিযান" উপলক্ষে সেৱা সেতু অভিযান আৰু স্বাস্থ্য শিৱিৰৰ আয়োজন

আছিক আলীক এনকাউণ্টাৰঃ নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ

আছিক আলীক এনকাউণ্টাৰঃ নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ

Subscribe

spot_imgspot_img