Tag: ASSAM

Browse our exclusive articles!

AGP gratitude’Chief Ministerমুখ্যমন্ত্ৰীক কৃতজ্ঞতা অগপৰ

AGP gratitude'Chief Minister অসম চুক্তি ৰূপায়ণৰ দিশত অসম চৰকাৰৰ বৃহৎ পদক্ষেপ ৷ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা অগপৰ ৷ অসম গণ পৰিষদৰ হৈ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, উপ সভাপতিদ্বয় বিষ্ণু দাস আৰু অপূৰ্ব ভট্টাচাৰ্য, সাধাৰণ সম্পাদক মনোজ শইকীয়া, ড° তপন দাস, সুনীল ডেকা আৰু মণিমাধৱ মহন্ত তথা সম্পাদক গুণমণি ভূঞাৰ লগতে কেইবাগৰাকীও দলীয় বিষয়ববীয়াই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।

jagiroad news: কিশোৰীৰ সৈতে অপকৰ্ম বিজয় বিশ্বাসৰ

জাগীৰোডত সংঘটিত হৈছে এক জঘন্য কাণ্ড ৷ এগৰাকী কিশোৰীক ফুচুলাই অপকৰ্ম কৰে এটা নৰপিশাচে৷ জাগীৰোডৰ বাগানবস্তিত সংঘটিত হয় এই জঘন্য ঘটনা। (jagiroad news)

Meat traders: কাহিলিপাৰা, লালগণেশত মাংস ব্যৱসায়ীৰ মাজত পৰিষ্কাৰ পৰিচন্নতা বিষয়ক সজাগতা সভা

গুৱাহাটীৰ লখৰা বজাৰ শিৱ মন্দিৰ আৰু লালগণেশ গণেশ মন্দিৰ প্ৰাংগনত কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তৰ নিৰ্দেশত মাংস ব্যৱসায়ী সকলৰ মাজত পৰিষ্কাৰ-পৰিচন্নতা বিষয়ক এখনকৈ মুঠ দুখন সজাগতা সভা অনুষ্ঠিত হয়।(Meat traders)

horoscope: অক্টোবৰ মাহত কপাল ফুলিব এই সমূহ ৰাশিৰ

মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে সকলো ১২ ৰাশিৰ বাবে অক্টোবৰ মাহৰ মাহেকীয়া ৰাশিফল। চাওক আপোনাৰ ৰাশিফল।(horoscope)

Guwahati University: ৬০.৭ শতাংশ ভোটদানেৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাৰ নিৰ্বাচন সম্পন্ন, আজি ঘোষিত হ’ব নিৰ্বাচনী ফলাফল

৬০.৭ শতাংশ ভোটদানেৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাৰ নিৰ্বাচন সম্পন্ন। ১৫ পদৰ বিপৰীতে ৩৪ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা। আজি ঘোষিত হ'ব নিৰ্বাচনী ফলাফল।(Guwahati University)

Popular

ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে ‘ইউথ এগেইনষ্ট ড্ৰাগছ ফাউণ্ডেচন’ৰ বিশেষ প্ৰচেষ্টা

ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে ‘ইউথ এগেইনষ্ট ড্ৰাগছ ফাউণ্ডেচন’ৰ বিশেষ প্ৰচেষ্টা

মঙলদৈত পদ্মশ্ৰী পখিলা লেকথেপিক ছহিদ মোজাম্মিল হক মাতৃভাষা বটাঁ প্ৰদানঃ জুবিন আৰু ছহিদ মোজাম্মিলক সুঁৱৰি কান্দোনত ভাগি পৰিল পখিলা

মঙলদৈত পদ্মশ্ৰী পখিলা লেকথেপিক ছহিদ মোজাম্মিল হক মাতৃভাষা বটাঁ প্ৰদানঃ জুবিন আৰু ছহিদ মোজাম্মিলক সুঁৱৰি কান্দোনত ভাগি পৰিল পখিলা

মুকালমুৱাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডত “সেৱা সংকল্প অভিযান” উপলক্ষে সেৱা সেতু অভিযান আৰু স্বাস্থ্য শিৱিৰৰ আয়োজন

মুকালমুৱাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডত "সেৱা সংকল্প অভিযান" উপলক্ষে সেৱা সেতু অভিযান আৰু স্বাস্থ্য শিৱিৰৰ আয়োজন

আছিক আলীক এনকাউণ্টাৰঃ নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ

আছিক আলীক এনকাউণ্টাৰঃ নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ

Subscribe

spot_imgspot_img