Tag: ASSAM

Browse our exclusive articles!

ৰেমালৰ সংহাৰত বিধ্বস্ত অসম! ছাত্ৰৰ মৃত্যু, ৰে’ল সেৱা ব্যাহত, গছ- গছনি তচনচ…

সাগৰীয় ঘূৰ্ণী ৰেমালে এতিয়া অসমত তাণ্ডৱ চলাইছে। ঘূৰ্ণীৰ প্ৰভাৱত অসমত আৰম্ভ হৈছে প্ৰবল ধুমুহা-বৰষুণ। ইতিমধ্যে মৰিগাঁৱত ধুমুহাত গছ পৰি কলেজলৈ যোৱা এজন ছাত্ৰৰ মৃত্যু...

১৯০ বছৰীয়া কটন কলেজিয়েট পুনৰ উজলি উঠিছে, ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণত দায়বদ্ধতা প্ৰাক্তন ছাত্ৰ সমিতিৰ; নামভৰ্তিৰ বাবে আগবাঢ়ি আহিবলৈ অভিভাৱক, ছাত্ৰ-ছাত্ৰীক আহ্বান প্ৰাক্তন ছাত্ৰৰ…

১৯০ বছৰ গৰকা অসম তথা উত্তৰ-পূবৰ প্ৰথমখন মাতৃভাষাৰ চৰকাৰী বিদ্যালয় কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয় পুনৰ উজলি উঠিছে। অসমৰ শত-সহস্ৰ মনীষি, পণ্ডিত, সাহিত্যিক, ৰাজনৈতিক,...

ৰেমালৰ প্ৰভাৱত ডিমা হাছাও জিলাৰ বিধ্বস্ত ৰূপ…

সমগ্ৰ ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগ সৃষ্টিকাৰী ৰেমালৰ প্ৰভাৱ অব্যাহত থকাৰ সময়তে ডিমা হাছাও জিলাতো প্ৰকৃতিৰ ধ্বংসলীলাত জনজীৱন ব্যাহত হোৱা পৰিলক্ষিত হৈছে। ৰেমালৰ ৰোষত পৰা পাহাৰীয়া...

জানাজাৰ চাৰিদিনৰ পিছত পুণৰ সোঁশৰীৰে ঘৰত উপস্থিত হ’ল ওমৰ আলী

দৰং জিলাৰ মঙলদৈ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত মিছামাৰি চৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । মৃত্যুৰ পাছত এজন যুৱকক জানাজা দিয়াৰ চাৰিদিনৰ পিছত...

“সমৃদ্ধিশালী অসমীয়া ভাষা চৰ্চা” শীৰ্ষক প্ৰতিযোগিতাৰ ফলাফল ৰাজহুৱা কৰা হ’ব !

জাননীইয়াৰ দ্বাৰা দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সমূহ সদস্য, সংবাদদাতা, পঢ়ুৱৈক জনোৱা হয় যে, সমৃদ্ধিশালী অসমীয়া ভাষা চৰ্চা অধিক জনপ্ৰিয় কৰিবলৈ দৈনন্দিন বাৰ্তাৰ পাঠকৰ মাজত আয়োজন...

Popular

বন বিভাগক আৰণ্যক বেচৰকাৰী সংস্থাৰ উদ্যোগত চাইকেল প্ৰদান

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীক আজি আৰণ্যক নামৰ বেচৰকাৰী সংস্থাই দহখন চাইকেল প্ৰদান কৰিছে৷

প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰত ‘স্বচ্ছতা হি সেৱা অভিযান-২০২৬’ৰ অধীনত স্বচ্ছ ভাৰত অভিযানৰ আয়োজন

প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰত ‘স্বচ্ছতা হি সেৱা অভিযান-২০২৬’ৰ অধীনত স্বচ্ছ ভাৰত অভিযানৰ আয়োজন

চিচিবৰগাঁৱত সম-জিলা আয়ুক্ত কাৰ্যালয় স্থাপনৰ দাবীত ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদঃ দাবী পূৰণ নহ’লে আন্দোলন দিছপুৰ-দিল্লীলৈ নিয়াৰ হুংকাৰ, সাংসদ-বিধায়কৰ বাসগৃহ ঘেৰাও কৰাৰো...

চিচিবৰগাঁৱত সম-জিলা আয়ুক্ত কাৰ্যালয় স্থাপনৰ দাবীত ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদঃ দাবী পূৰণ নহ’লে আন্দোলন দিছপুৰ-দিল্লীলৈ নিয়াৰ হুংকাৰ, সাংসদ-বিধায়কৰ বাসগৃহ ঘেৰাও কৰাৰো সকীয়নি

CJPৰ ২ নেতাক ৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

আশুতোষ ৰাংকা, সৌৰভ দাসক ন্যায়িক জিম্মালৈ প্ৰেৰণ। আজি SEM ক'ৰ্টত হাজিৰ কৰোৱা হৈছিল দুয়োকে।

Subscribe

spot_imgspot_img