Tag: ASSAM

Browse our exclusive articles!

ৰাজ্যৰ ৰাজধানীতেই অসমীয়াক অপমানঃ অসমীয়া গ’ বেক ধ্বনি…

গুৱাহাটী মহানগৰীৰ ছেৰাপভাটীত সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে৷

ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল এছিয়া মহাদেশৰ কেইবাখনো দেশ

ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল এছিয়া মহাদেশৰ কেইবাখনো দেশ। ভাৰত,বাংলাদেশ, ভূটান,নেপাল,চীনক জোকাৰি গ'ল বৰভূঁইকঁপে।

আজিৰে পৰা ফাষ্টট্রেক আদালতত চলিব জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া

জুবিন গাৰ্গ হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত। আজিৰে পৰা বিশেষ ফাষ্টট্রেক আদালতত চলিব জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়া। প্রথম দিনাই ৪ সাক্ষীৰ সাক্ষ্য গ্রহণ কৰিব আদালতে।

কামৰূপ জিলাৰ জ্যেষ্ঠ সাংবাদিক দিলীপ দাসলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

কামৰূপ জিলাৰ জ্যেষ্ঠ সাংবাদিক দিলীপ দাসলৈ একাঁজলি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি।শৰাইঘাট নাট্য গোষ্ঠীৰ বহু সংখ্যক সদস্য তথা বহু গুণমুগ্ধই জ্ঞাপন কৰে একাঁজলি শ্ৰদ্ধাঞ্জলি।

অভিভাৱক মন্ত্ৰীৰ তালিকা ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যৰ প্ৰতিখন জিলাৰ বাবে অভিভাৱক মন্ত্ৰীৰ তালিকা ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। অসম চৰকাৰৰ মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে৷

Popular

পিতৃৰ স্মৃতিত শ্ৰীমন্ত শংকৰ মিশ্যনলৈ এক লাখ টকাৰ অৰ্থ সাহাৰ্য অৱসৰী অধ্যাপকৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথমটো স্বেচ্ছাসেৱী মানৱ সেৱা অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যনলৈ এক লাখ টকা অৰ্থ সাহাৰ্য আগবঢ়াইছে ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মোহিনী মোহন ডেকাই।

ছয়দুৱাৰ মহাবিদ্যালয়ৰ(স্বায়ত্ব শাসিত)নিৰ্বাচনত মেধাৱী ছাত্ৰী নেহা ছেত্ৰীৰ ঐতিহাসিক বিজয়

গহপুৰৰ ঐতিহ্যমণ্ডিত ছয়দুৱাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এক অভূতপূৰ্ব তথা ঐতিহাসিক ফলাফল পোহৰলৈ আহিছে

ঢকুৱাখনাত গুৰুজনাৰ ৫৭৮ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতিঃ কমাৰগাঁৱত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী

ঢকুৱাখনাত গুৰুজনাৰ ৫৭৮ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতিঃ কমাৰগাঁৱত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী

সদ্যপ্রয়াত সাংবাদিক পায়েল মেহতাৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

সাংবাদিক পায়েল মেহতাৰ পৰিয়ালবৰ্গৰ কাষত উপস্থিত হৈ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

Subscribe

spot_imgspot_img