Tag: bangladesh

Browse our exclusive articles!

নতুন দিল্লীত উপস্থিত নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্র শ্বাহ

সোমবাৰে মোদী-শ্বাহৰ দ্বিপাক্ষিক বৈঠক।ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুকো সাক্ষাৎ কৰিব শ্বাহে। নেপাল-ভাৰত ব্যৱসায়িক মঞ্চত ভাষণ দিব শ্বাহে।প্ৰধানমন্ত্ৰী হোৱাৰ পাছত শ্বাহৰ এয়া প্ৰথম বিদেশ ভ্রমণ।

দৰঙৰ ধূলাত বাহন চুৰিৰ ঘটনাঃ দোকানৰ সন্মুখৰ পৰা নিশা চুৰি হ’ল বলেৰ’

খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত টাংনি চাৰিআলি তেল ডিপোৰ সমীপৰ এখন দোকানৰ সন্মুখত নিশা পাৰ্কিং কৰি থোৱা অৱস্থাৰ পৰা চোৰে লৈ যায় বলেৰ' বাহনখন।

বাংলাদেশত ছাত্ৰৰ প্ৰতিবাদ! হোৱাটছএপ, ইউটিউবকে ধৰি ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞা জাৰি…

ছাত্ৰ বিদ্ৰোহত ৰক্তাক্ত বাংলাদেশ। দেওবাৰৰ দিনটোত হিংসাত্মক ঘটনাত নিহত প্ৰায় ১০০ জন লোক। বাংলাদেশত থকা ভাৰতীয়সকলক 'অধিক সাৱধানতা' ল'বলৈ আহ্বান। জনতাৰ প্ৰতিবাদত উত্তপ্ত হৈ...

বাংলাদেশত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত সৰ্বাত্মক অসহযোগ আন্দোলন…

বাংলাদেশত  হিংসা, সন্ত্ৰাস তথা বঙহৰ বাবে দেওবাৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী তোলে একাংশই । প্ৰধানমন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবীত 'সৰ্বাত্মক অসহযোগ আন্দোলন'ৰ প্ৰথম দিনাই প্ৰতিবাদৰ সূত্ৰপাত...

বাংলাদেশত বন্ধ হ’ল ফেচবুক, হোৱাটছ এপ, ইনষ্টাগ্ৰাম ! ছাত্ৰৰ প্ৰতিবাদৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ…

বন্ধ হ'ল ফেচবুক, হোৱাটছ এপ, ইনষ্টাগ্ৰাম। বাংলাদেশত বন্ধ হ'ল মেটাৰ সকলো ছ'চিয়েল মিডিয়া প্লেটফ'ৰ্ম। বাংলাদেশত ছাত্ৰৰ প্ৰতিবাদৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ। চৰকাৰী চাকৰিৰ বাবে সংৰক্ষণৰ...

বাংলাদেশলৈ ঘূৰাই পঠিয়ালে অবৈধ ভাৱে অসমত প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশীক…

অসমত অবৈধ ভাৱে বাংলাদেশীৰ প্ৰৱেশৰ চেষ্টা । বাংলাদেশলৈ ঘূৰাই পঠিয়ালে অবৈধ ভাৱে অসমত প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশীক। ১৮ জুলাইত অসমত প্ৰৱেশৰ চেষ্টা কৰি আটক...

চৰকাৰী চাকৰিৰ কোটা প্ৰণালীক লৈ সংঘৰ্ষ: বাংলাদেশত ডজন লোক আহত…

বাংলাদেশৰ ৰাজধানীৰ বাহিৰৰ এখন ৰাজহুৱা বিশ্ববিদ্যালয়ত ৰাতিটোৰ ভিতৰতে চৰকাৰ পন্থী ছাত্ৰ সংগঠন আৰু ছাত্ৰ প্ৰতিবাদকাৰীৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষৰ সময়ত আৰক্ষীয়ে চকুপানী গেছ...

Popular

নতুন দিল্লীত উপস্থিত নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্র শ্বাহ

সোমবাৰে মোদী-শ্বাহৰ দ্বিপাক্ষিক বৈঠক।ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুকো সাক্ষাৎ কৰিব শ্বাহে। নেপাল-ভাৰত ব্যৱসায়িক মঞ্চত ভাষণ দিব শ্বাহে।প্ৰধানমন্ত্ৰী হোৱাৰ পাছত শ্বাহৰ এয়া প্ৰথম বিদেশ ভ্রমণ।

সত্ৰনগৰী বৰপেটাত সত্ৰ সংস্কৃতিৰ বহুল অধ্যয়নৰ বাবে পোন প্ৰথমবাৰৰ বাবে গবেষণা কেন্দ্ৰ মুকলি কৰা হ’ব

সত্ৰনগৰী বৰপেটাত সত্ৰ সংস্কৃতিৰ বহুল অধ্যয়নৰ বাবে পোন প্ৰথমবাৰৰ বাবে গবেষণা কেন্দ্ৰ মুকলি কৰা হ'ব

দৰঙৰ ধূলাত বাহন চুৰিৰ ঘটনাঃ দোকানৰ সন্মুখৰ পৰা নিশা চুৰি হ’ল বলেৰ’

খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত টাংনি চাৰিআলি তেল ডিপোৰ সমীপৰ এখন দোকানৰ সন্মুখত নিশা পাৰ্কিং কৰি থোৱা অৱস্থাৰ পৰা চোৰে লৈ যায় বলেৰ' বাহনখন।

বজালীৰ কেন্দুগুৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত এজন…

দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী বাইক আৰোহী।বাইক আৰোহীগৰাকী অঞ্চলী বাদুলিপাৰাৰ বুলু দাস (৩০) বুলি জানিব পৰা গৈছে।চাৰিচকীয়া বাহনৰ লগত মুখামুখি সংঘৰ্ষৰ ফলতে বাইক আৰোহী বুলু দাসৰ থিতাতে মৃত্যু হয়।
spot_imgspot_img