Tag: Congress

Browse our exclusive articles!

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

অনুসূচীত জাতিৰ নেতা ৰুবুল দাসক গ্ৰেপ্তাৰ

মীন বিভাগৰ চাকৰিৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ।দিছপুৰ থানাত ৰুবুল দাস বিৰুদ্ধে গোচৰ ৰুজু।ভুৱা নিযুক্তি পত্ৰৰে যুৱকক প্ৰতাৰণাৰ অভিযোগ।

GMCHৰ CN চৌহদত ৰোগীৰ আত্মীয়ৰ বাবে নিৰ্মাণ হ’ব বিশ্ৰামগৃহ

বিশ্ৰামগৃহৰ শিলান্যাস আৰু ভূমিপূজন।১০০-১৫০ৰ ভিতৰতে ৰোগীৰ আত্মীয়ই থকাৰ লগতে লাভ কৰিব তিনিসাঁজ ভাতৰ সুবিধা।৫ মহলীয়া এই ভৱনত থাকিব ৬৬৬ টা কোঠা।

শাসনলৈ আহিলেই ৰাজ্যবাসীক ২৫ লাখ টকাৰ কেচলেছ স্বাস্থ্য বীমাৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ

শাসনলৈ আহিলেই ৰাজ্যবাসীক ২৫ লাখ টকাৰ কেচলেছ স্বাস্থ্য বীমাৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ। ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ৷

গোগামুখত কংগ্ৰেছ দলত ব্যাপক খহনীয়াঃ অৰ্ধশতাধিকৰ গণশক্তিত যোগদান, উদং হ’ল নাহৰবাৰী যুৱ কংগ্ৰেছ 

গোগামুখত কংগ্ৰেছ দলত ব্যাপক খহনীয়াঃ অৰ্ধশতাধিকৰ গণশক্তিত যোগদান, উদং হ’ল নাহৰবাৰী যুৱ কংগ্ৰেছ 

অসম বিজেপি ৰাজ্যিক কাৰ্যালয় জ্বলাই দিয়া কাৰ্যক প্ৰৰোচনা অসম কংগ্ৰেছৰ

অসম বিজেপি ৰাজ্যিক কাৰ্যালয় জ্বলাই দিয়া কাৰ্যক প্ৰৰোচনা অসম কংগ্ৰেছৰ। অসমত নেপালৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰ কংগ্ৰেছৰ

কংগ্ৰেছৰ নিৰ্বাচনী ৰণনীতি বৈঠক: গৌৰৱৰ নেতৃত্বত সম্ভৱ হ’বনে বিৰোধীৰে মিত্ৰতা ? । Congress

কংগ্ৰেছৰ নিৰ্বাচনী ৰণনীতি বৈঠক: গৌৰৱৰ নেতৃত্বত সম্ভৱ হ'বনে বিৰোধীৰে মিত্ৰতা ? । Congress

Priyank Kharge: কংগ্ৰেছৰ খাৰ্গে পৰিয়ালটো অসম বিৰোধীঃ মুখ্যমন্ত্ৰী

Priyank Kharge: কংগ্ৰেছৰ খাৰ্গে পৰিয়ালটো অসম বিৰোধীঃ মুখ্যমন্ত্ৰী। কংগ্ৰেছৰ খাৰ্গে পৰিয়ালটো অসম বিৰোধী বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

Popular

অনুসূচীত জাতিৰ নেতা ৰুবুল দাসক গ্ৰেপ্তাৰ

মীন বিভাগৰ চাকৰিৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ।দিছপুৰ থানাত ৰুবুল দাস বিৰুদ্ধে গোচৰ ৰুজু।ভুৱা নিযুক্তি পত্ৰৰে যুৱকক প্ৰতাৰণাৰ অভিযোগ।

সামাজিক মাধ্যমৰ পৰা বিদায় ঘোষণা জুবিন ভগ্নী পামী বৰঠাকুৰৰ

"যি সকলে social media ত কুৎসা - ৰতনা কৰে, অপবাদ চৰ্চা কৰে সেইসকল জাৱৰ।" - সম্পূৰ্ণ বাক্যটো এইটো আছিল

GMCHৰ CN চৌহদত ৰোগীৰ আত্মীয়ৰ বাবে নিৰ্মাণ হ’ব বিশ্ৰামগৃহ

বিশ্ৰামগৃহৰ শিলান্যাস আৰু ভূমিপূজন।১০০-১৫০ৰ ভিতৰতে ৰোগীৰ আত্মীয়ই থকাৰ লগতে লাভ কৰিব তিনিসাঁজ ভাতৰ সুবিধা।৫ মহলীয়া এই ভৱনত থাকিব ৬৬৬ টা কোঠা।

ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি

ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি
spot_imgspot_img