Tag: DEATH

Browse our exclusive articles!

কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলীত চোৰাং চিকাৰীৰ মৃত্যু…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলী। অগৰাতলী বনাঞ্চলত সংঘটিত হৈছে এই ঘটনা । বনৰক্ষীৰ গুলীত এটা চোৰাং চিকাৰীৰ মৃত্যু। উদ্ধাৰ এটা থ্ৰী...

হাটশিঙিমাৰীৰ পথ দুৰ্ঘটনাত গৰুভৰ্তি তীব্ৰবেগী পিকআপ বাহনৰ খুন্দাত নিহত মহিলা…

হাটশিঙিমাৰীত শোকাৱহ পথ দুৰ্ঘটনা। গৰুভৰ্তি তীব্ৰবেগী পিকআপ বাহনৰ খুন্দাত নিহত মহিলা। পুৱা খোজ কাঢ়ি থকাৰ সময়তে মহিলাগৰাকীক মহটিয়াই নিয়ে বাহনখনে। দুৰ্ঘটনাত বাহনখনত থকা এটা...

অধ্যাপক, বিশিষ্ট বিজ্ঞানী, অসম পেট্ৰকেমিকেলচৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যবাহী সঞ্চালক ড° মহেন্দ্ৰ বৰগোহাঞিৰ দেহাৱসান…

অধ্যাপক,বিশিষ্ট বিজ্ঞানী, অসম পেট্ৰকেমিকেলচৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যবাহী সঞ্চালক ড° মহেন্দ্ৰ বৰগোহাঞিৰ মৃত্যুচন্দ্ৰপৃষ্ঠৰ "মাটি" সংগ্ৰহ কৰি ৰাইজক দিছিল চোৱাৰ সুযোগমাদুৰি- মেছাগড়ত শোক ৰাজ্যৰ বিশিষ্ট বিজ্ঞানী মৰাণ লাচিত...

কাছাৰত ছোৱাইন ফ্লুত আক্রান্ত হৈ ৪ মহীয়া শিশুৰ মৃত্যু…

কাছাৰত ছোৱাইন ফ্লুত আক্রান্ত হৈ ৪ মহীয়া শিশুৰ মৃত্যুমৃত শিশুটি কাছাৰৰ উত্তৰ কৃষ্ণপুৰৰ আৰ্মান হুছেইন লস্কৰ SMCHত চিকিৎসাধীন অৱস্থাত নিশা মৃত্যু শিশুটিৰবর্তমানেও ছোৱাইন ফ্লুত আক্রান্ত...

জাঁজীৰ নন্দনবন ৰিজ’ৰ্টৰ সমীপত মটৰচাইকেল-ষ্টাৰ বাছৰ মুখামুখি সংঘৰ্ষ থিতাতে নিহত এজন যুৱক…

জাঁজীৰ নন্দনবন ৰিজ’ৰ্টৰ সমীপত মটৰচাইকেল-ষ্টাৰ বাছৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক। দ পিতনিত সোমাই পৰিল বাছখন। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা বাছখনৰ ৪০গৰাকী যাত্ৰীৰ।

Popular

জুবিনক্ষেত্ৰ পৰিদৰ্শন ১১ জনীয়া কমিটীৰ । zubeen garg

জুবিনক্ষেত্ৰ পৰিদৰ্শন ১১ জনীয়া কমিটীৰ

জুবিন ক্ষেত্ৰত স্বাস্থ্যসম্মত শৌচাগাৰৰ অভাৱত বিপদত অনুৰাগী, প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ । zubeen garg

জুবিন ক্ষেত্ৰত স্বাস্থ্যসম্মত শৌচাগাৰৰ অভাৱত বিপদত অনুৰাগী, প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ

দিল্লীত বিজেপি সংসদীয় সমিতিৰ বৈঠক ! বৈঠকত চূড়ান্ত হ’ব বিজেপিৰ প্ৰাৰ্থী তালিকা

দিল্লীত বিজেপি সংসদীয় সমিতিৰ বৈঠক ! বৈঠকত চূড়ান্ত হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ প্ৰায় ২২টা সংগঠনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ প্ৰায় ২২টা সংগঠনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

Subscribe

spot_imgspot_img