Tag: DEATH

Browse our exclusive articles!

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত বন্যপ্ৰাণীৰ আক্ৰমণত নিহত এজন বনকর্মী…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত অঘটনবন্যপ্ৰাণীৰ আক্ৰমণত নিহত এজন বনকর্মী নিহত বনকৰ্মীজনৰ নাম অপু মমিনগঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন আহত জোনমণি ৰাভাজোনমণি ৰাভাক হাস্পতালত ভর্তি

উত্তৰ প্ৰদেশৰ লখিমপুৰ-খেৰী জিলাত জেৰাৰ বাবে মাতি অনা ৫০ বছৰীয়া দলিত ব্যক্তিৰ মৃত্যু…

ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্য অনুসৰি মিটৌলী থানাত সংঘটিত হোৱা ঘটনাত নাবালক হত্যাৰ সৈতে জড়িত গোচৰৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে অনা আশাৰাম নামৰ ৫০ বছৰীয়া দলিত...

পহিলা ব’হাগৰ দিনাই চাপৰৰ ধীৰঘাটত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা…

আজি পহিলা ব'হাগ । পহিলা ব'হাগৰ দিনাই চাপৰৰ ধীৰঘাটত শোকাৱহ ঘটনা। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। নিহত লোক দুজন জাহিৰ আলী...

চলচ্চিত্ৰ নিৰ্মাতা তথা ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ইন্দ্ৰজিৎ নাৰায়ণ দেৱৰ দেহাৱসান…

সাংস্কৃতিক জগতৰ বাবে দুঃখবৰ! চলচ্চিত্ৰ নিৰ্মাতা তথা ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ইন্দ্ৰজিৎ নাৰায়ণ দেৱৰ দেহাৱসান। আজি পুৱা বেলতলাস্থিত ৰাণীবাগানৰ বাসগৃহত শেষনিশ্বাস ত্যাগ কৰে ব্যক্তিগৰাকীয়ে। দীৰ্ঘদিনে...

পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক…

পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন যুৱক । স্কুল বাছ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ । আজি ৰাতি পুৱা প্ৰায় ৭...

Popular

অসম জাতীয় পৰিষদৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ, ৮টা সমষ্টিত প্ৰাৰ্থী ঘোষণা

অসম জাতীয় পৰিষদৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ, ৮টা সমষ্টিত প্ৰাৰ্থী ঘোষণা

জুবিনক্ষেত্ৰ পৰিদৰ্শন ১১ জনীয়া কমিটীৰ । zubeen garg

জুবিনক্ষেত্ৰ পৰিদৰ্শন ১১ জনীয়া কমিটীৰ

জুবিন ক্ষেত্ৰত স্বাস্থ্যসম্মত শৌচাগাৰৰ অভাৱত বিপদত অনুৰাগী, প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ । zubeen garg

জুবিন ক্ষেত্ৰত স্বাস্থ্যসম্মত শৌচাগাৰৰ অভাৱত বিপদত অনুৰাগী, প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ

দিল্লীত বিজেপি সংসদীয় সমিতিৰ বৈঠক ! বৈঠকত চূড়ান্ত হ’ব বিজেপিৰ প্ৰাৰ্থী তালিকা

দিল্লীত বিজেপি সংসদীয় সমিতিৰ বৈঠক ! বৈঠকত চূড়ান্ত হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা

Subscribe

spot_imgspot_img