Tag: durgapuja

Browse our exclusive articles!

Durga Puja Festival : পুথিভঁৰালৰ আৰ্হিত এখন আকৰ্ষণীয় পূজাৰ মণ্ডপ

(Durga Puja)নৱপ্ৰজন্মলৈ অসমীয়া গ্ৰন্থ অধ্যয়নৰ আহ্বান তথা বাৰ্তাৰে নিৰ্মাণ কৰা হৈছে এইখন পূজাৰ মণ্ডপ৷ অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিলেও এই ভাষাত পঢ়াশুনা কৰাৰ অপৰিসীম গুৰুত্বৰ বিষয়ে উপস্হাপন কৰি তেজপুৰৰ ভৈৰৱ নগৰ টিলাৰ দুৰ্গাবাড়ী সাৰ্বজনীন দুৰ্গাপূজাৰ মণ্ডপ নিৰ্মাণ কৰা হৈছে এইবাৰ (library)৷ উল্লেখযোগ্য যে,তেজপুৰত অনুষ্ঠিত হোৱা ডেৰশতাধিক দুৰ্গাপূজাৰ ভিতৰত সৰ্বসাধাৰণৰ বাবে দীৰ্ঘ সময়জুৰি এইখন পূজাস্হলী আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে৷তিনিবছৰ পূৰ্বলৈকে একেৰাহে আঠ বাৰকৈ এইখন পূজাই লাভ কৰি আহিছে শ্ৰেষ্ঠ পূজাস্হলীৰ সন্মান৷যোৱা তিনিবছৰে এইধৰণৰ সামাজিক বাৰ্তাৰে এই পূজাখন অনুষ্ঠিত হোৱা নাছিল যদিও এইবাৰ পুণৰ ৰাইজে এইখন পূজা পূৰ্বৰ দৰেই এক বিশেষ সামাজিক বাৰ্তাৰে আয়োজন কৰিবলৈ আগবাঢ়ি আহিছে ৷ Durga Puja 2024 Ashtami Navami । Durga Puja Festival

জালুকবাৰীৰ দূৰ্গা পূজাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

দিনজোৰা কাৰ্য্যসূচীৰে পূজা চালে মুখ্যমন্ত্ৰীয়ে।জালুকবাৰী সমষ্টিৰ দূৰ্গা পূজাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা।উত্তৰ গুৱাহাটীৰ উত্তৰাঞ্চল বাৰোৱাৰী দুৰ্গাপূজা, মধ্যমখণ্ড বাৰোৱাৰী দূৰ্গা পূজা, ৰংমহল দূৰ্গা পূজাত...

প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ

প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ।উত্তৰ গুৱাহাটীৰ উত্তৰাঞ্চল বাৰোৱাৰী দুৰ্গাপূজাত সামাজিক মাধ্যমৰ বিৰূপ প্ৰভাৱৰ ওপৰত সজাগতা সৃষ্টিৰ প্ৰয়াস।ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উত্তৰ গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত...

মা দুৰ্গাৰ আশীৰ্বাদ ল’লে অভিনেত্ৰী কাজলে…

দেৱী দুৰ্গাৰ মূৰ্তিৰ সৈতে জীৱন্ত পেণ্ডেল স্থাপন কৰা হয় আৰু ভক্তসকলে দেৱীক প্ৰাৰ্থনা কৰিবলৈ আহে। বলীউডৰ অভিনেত্ৰী কাজলে প্ৰতি বছৰে তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ...

শাৰদীয় দুৰ্গোৎসৱৰ আজি মহা সপ্তমীৰ দিনটোৰ তাৎপৰ্য…

আজি নৱৰাত্ৰীৰ সপ্তমটো দিন । নৱদূৰ্গাৰ আজিৰ দিনটোত দূৰ্গাৰ "কালৰাত্ৰী" ৰ স্বৰূপৰ আৰাধনা কৰা হয়। দেৱী কালৰাত্ৰী দেখাত অত্যন্ত ভয়ংকৰী। কালনাশিনী মা কালৰাত্ৰীৰ আৰাধনা অতি শুভফল প্ৰদানকাৰী...

Popular

ৰাজ্যৰ যুৱক-যুৱতীলৈ জাপানত চাকৰিৰ সুবর্ণ সুযোগ, ঘোষণা মুখ্যমন্ত্ৰীৰ । Assam Cabinet

ডিব্ৰুগড়, ২৩ জুলাইঃAssam Cabinet । অসম চৰকাৰৰ আজিৰ কেবিনেট...

আছুৰ দাবী: “অসমৰ সকলো বেদখল ভূমিত উচ্ছেদ হ’ব লাগিব”, জাতিৰ সংকটৰ সময়ত একত্ৰিত হোৱাৰ আহ্বান । AASU FELICITATION CEREMONY

আছুৰ দাবী: "অসমৰ সকলো বেদখল ভূমিত উচ্ছেদ হ'ব লাগিব", জাতিৰ সংকটৰ সময়ত একত্ৰিত হোৱাৰ আহ্বান । AASU FELICITATION CEREMONY

নলবাৰীৰ ৰত্ন সাহিত্যাচাৰ্য ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান, অসমীয়াৰ সাহিত্য জগতত অপূৰণীয় শূন্যতা । DR BASANTA KUMAR BHATTACHARYA

নলবাৰীৰ ৰত্ন সাহিত্যাচাৰ্য ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান, অসমীয়াৰ সাহিত্য জগতত অপূৰণীয় শূন্যতা । DR BASANTA KUMAR BHATTACHARYA

“দলটো পৈতৃক সম্পত্তি নহয়, শৃংখলা ৰক্ষা কৰাটো প্ৰয়োজন” – অগপ সভাপতি অতুল বৰাৰ মন্তব্য । AGP

"দলটো পৈতৃক সম্পত্তি নহয়, শৃংখলা ৰক্ষা কৰাটো প্ৰয়োজন" – অগপ সভাপতি অতুল বৰাৰ মন্তব্য । AGP

Subscribe

spot_imgspot_img