Tag: HEALTH

Browse our exclusive articles!

Tongue Taste Change: এই সমূহ ৰোগত হঠাতে সলনি হয় জিভাৰ সোৱাদ

কেতিয়াবা আমাৰ জিভাই খাদ্যৰ সোৱাদ নাপায়। যদি জিভাই সোৱাদ নাপাই তেন্তে খাদ্য খাবলৈও মন নাযায়, যদি কেতিয়াবা অনুভৱ আপোনাৰো হয় তেন্তে কি ৰোগৰ লক্ষণ হ’ব জানো আহক।(Tongue Taste Change)

Skin Steaming Treatment: ভাপ ছালৰ চিকিৎসা মুখৰ বাবে কিয় গুৰুত্বপূৰ্ণ? ভাপৰ উপকাৰিতাৰ বিষয়ে জানক

আপুনি নিশ্চয় প্ৰায়ে দেখিছে যে মানুহে মুখত ভাপ লয়। কিন্তু ভাপৰ উপকাৰিতাৰ বিষয়ে বহুতে নাজানে।মুখমণ্ডলত ভাপ দিয়াটোও কলাজেন উৎপাদনত সহায় কৰি এন্টি এজিঙৰ বাবে অত্যন্ত উপকাৰী।(Skin Steaming Treatment)

Asthma Patients: সাৱধান! প্ৰদূষণ হাঁপানী ৰোগীৰ বাবে মাৰাত্মক, হাঁপানীৰোগীয়ে অৱলম্বন কৰক এই সমূহ সাৱধানতা

ৰাতিপুৱা বাহিৰলৈ ওলাই যোৱাটো বিপদজনক হ’ব পাৰে হাঁপানী ৰোগী কিয়নো সেই সময়ত ধোঁৱাৰ বাবে প্ৰদূষণৰ মাত্ৰা অধিক হোৱা সময়।(Asthma Patients)

Flawless Skin and Silky Hair: অনুষ্কাৰ সৌন্দৰ্য্যৰ ৰহস্য ফাদিল! আপুনিও অনুষ্কা শৰ্মাৰ দৰে ছাল, চুলিৰগৰাকী হ’ব বিচাৰে নেকি

যদি আমি আমাৰ শৰীৰ অনুযায়ী খাদ্য গ্ৰহণ কৰো তেন্তে ই আমাৰ শৰীৰক সক্ৰিয় আৰু ফিট কৰি ৰখাত সহায় কৰে। এনে পৰিস্থিতিত খাদ্যত প্ৰটিন, ভিটামিন, খনিজ পদাৰ্থ, ওমেগা-৩ ফেটি এচিড আদি পুষ্টিকৰ উপাদান সঠিক পৰিমাণে থাকিব লাগে।(Flawless Skin and Silky Hair)

Diwali Pollution: দীপাৱলীৰ পিছদিনা পুৱাৰে পৰা এই ৫ টা পানীয় খোৱা আৰম্ভ কৰিব, প্ৰদূষণৰ পৰা সকাহ পাব

বায়ু প্ৰদূষণ এক গুৰুতৰ স্বাস্থ্যজনিত সমস্যাত পৰিণত হৈছে, যিয়ে আমাৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলায়। দীপাৱলীৰ পিছত ফটকাৰ বাবে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায়। এনে অৱস্থাত উশাহ-নিশাহত শৰীৰত বিষাক্ত উপাদান জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত বহুতো ৰোগ হ’ব পাৰে।(Diwali Pollution)

Popular

হৰমুজ প্ৰণালীৰ সমীপত ভাৰতীয় জাহাজত আক্ৰমণৰ পাছত ইৰাণৰ প্ৰতিক্ৰিয়া, “ভাৰত-ইৰাণ সম্পৰ্ক অত্যন্ত সুদৃঢ়”

হৰমুজ প্ৰণালীৰ সমীপত ভাৰতীয় জাহাজত আক্ৰমণৰ পাছত ইৰাণৰ প্ৰতিক্ৰিয়া, “ভাৰত-ইৰাণ সম্পৰ্ক অত্যন্ত সুদৃঢ়”

‘দেশৰ কন্যাৰ লগত কথা পাতিবলৈ আহিছো,নাৰী শক্তিৰ উত্থান স্তব্ধ হৈ গ’ল’ – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

‘দেশৰ কন্যাৰ লগত কথা পাতিবলৈ আহিছো,নাৰী শক্তিৰ উত্থান স্তব্ধ হৈ গ’ল’ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Women’s Reservation Bill: বিৰোধীৰ বাধাত লোকসভাত গৃহীত নহ’ল মহিলাৰ আসন সংৰক্ষণ বিধেয়ক

Women's Reservation Bill: বিৰোধীৰ বাধাত লোকসভাত গৃহীত নহ’ল মহিলাৰ আসন সংৰক্ষণ বিধেয়ক

Marmita Mitra: ‘‘মই মৰ্মিতা মিত্ৰই অসমবাসীৰ ওচৰত ক্ষমা খুজিছোঁ, জুবিনদাদাৰ পৰিয়ালৰ ওচৰতো ক্ষমা খুজিছোঁ, ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই…’’, ভুল স্বীকাৰ কৰি অৱশেষত...

Marmita Mitra: ‘‘মই মৰ্মিতা মিত্ৰই অসমবাসীৰ ওচৰত ক্ষমা খুজিছোঁ, জুবিনদাদাৰ পৰিয়ালৰ ওচৰতো ক্ষমা খুজিছোঁ, ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই...’’, ভুল স্বীকাৰ কৰি অৱশেষত সামাজিক মাধ্যমত ক্ষমা বিচাৰিলে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই

Subscribe

spot_imgspot_img