Tag: HEALTH

Browse our exclusive articles!

স্বাস্থ্য ভালে ৰাখিবলৈ ৰাতিপুৱা খালী পেটত এই কেইবিধ খাদ্য খাওঁক…

বাদাম -বাদাম যথেষ্ট পুষ্টিৰে সমৃদ্ধ। বাদামত প্ৰ'টিন, আইৰণ, ফছফৰাছ, আঁহ আদিৰ দৰে পুষ্টি পোৱা যায়। ৰাতিপুৱা খালী পেটত বাদাম খালে মগজু তীক্ষ্ণ হয় আৰু...

কোনবোৰ কথাই হৃদযন্ত্ৰক নষ্ট কৰিব পাৰে জানেনে…

কোনবোৰ কথাই হৃদযন্ত্ৰৰ নষ্ট কৰিব পাৰে জানেনে...? বৰ্তমান সময়ৰ জীৱনশৈলীৰ বাবে হৃদৰোগ দ্ৰুতগতিত বিয়পি পৰিছে। কি কি বস্তু সেৱন কৰিব নালাগে এই বিষয়ে আপুনিও...

৬ চামুচতকৈ অধিক চেনি আপোনাৰ বাবে ‘বিহ’, প্ৰায় ৪৫টা ৰোগৰ বলি হোৱাৰ সম্ভাৱনা। গতিকে আপোনাৰ লোভ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক…

৬ চামুচতকৈ অধিক চেনি আপোনাৰ বাবে ‘বিষ’, মৃত্যুৰ আশংকা বৃদ্ধি পাব, এই ৪৫টা ‘মাৰাত্মক’ ৰোগে আপোনাক খেদি ফুৰিব। বিজ্ঞানীসকলৰ মতে প্ৰতিজন প্ৰাপ্তবয়স্কই চেনি ৬...

গৰমৰ দিনত শৰীৰটো ভালে ৰাখিবলৈ হয়তো আপুনি ভাল খাদ্যই গ্ৰহণ কৰে। কিন্তু, আপুনি এই ভাল খাদ্য সমূহৰ নামত খাইছে কি…

বৰ্তমান গ্ৰীষ্মকালীন বতৰ চলি আছে। এনে পৰিস্থিতিত যদি আপুনি সঠিক খাদ্য গ্ৰহণ নকৰে তেন্তে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গ্ৰীষ্মকালত আপুনি কি কি বস্তু...

মদ্যপান কৰাটো স্বাস্থ্যৰ বাবে বেয়া নহয়? এক গৱেষণাত প্ৰকাশ পাইছে এই কথা…

WHOৰ এক প্ৰতিবেদন ওলাইছে য’ত প্ৰকাশ পাইছে যে কেনে ধৰণে আৰু কিমান পৰিমাণৰ মদ্যপান কৰিব লাগে। যাতে স্বাস্থ্যৰ কোনো ক্ষতি নহয়। স্বাস্থ্যৰ লগত সুৰাৰ...

Popular

প্ৰেমিকাক পৰিয়ালৰ লগত চিনাকি কৰাই দিয়াৰ উপযুক্ত সময় কেতিয়া ?

সম্পৰ্ক এটা স্থাপন কোনো ডাঙৰ কথা নহয়, কিন্তু বুজাবুজি আৰু যত্নৰে জীয়াই ৰখাটো অধিক গুৰুত্বপূৰ্ণ, যিটো মানুহে প্ৰায়ে পাহৰি যায়।

শিশুক স্মাৰ্ট কৰি তোলা নাই মোবাইল ফোনৰ আসক্তিয়েঃ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

শিশুক স্মাৰ্ট কৰি তোলা নাই মোবাইল ফোনৰ আসক্তিয়েঃ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

আতংকিত নহ’বঃ আজি হঠাৎ বাজি উঠিব আপোনাৰ মোবাইল ফোন

আতংকিত নহ'ব। আজি হঠাৎ বাজি উঠিব পাৰে আপোনাৰ মোবাইল ফোন। বিশেষ সতর্কতাৰে আজি হঠাতে বাজি উঠিব পাৰে আপোনাৰ মোবাইল।

আজি গুৱাহাটীত কংগ্ৰেছৰ নিৰ্বাচনী পর্যালোচনা বৈঠক

আজি কংগ্ৰেছৰ নিৰ্বাচনী পর্যালোচনা বৈঠক। গুৱাহাটীলৈ তলব সকলো কংগ্ৰেছ প্ৰাৰ্থীক। অসমলৈ আহিব ডি কে শিৱ কুমাৰ, ভূপেশ বাঘেল।

Subscribe

spot_imgspot_img