Tag: HEALTH

Browse our exclusive articles!

Mask: ইলন মাস্কতকৈও ধনী ব্যক্তিজন কোন !

বৰ্তমান বিশ্বৰ অন্যতম ধনী ব্যক্তি হৈছে এক্সৰ চিইঅ’ ইলন মাস্ক। শেহতীয়াকৈ তেওঁৰ নেট ৱৰ্থো প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে। টেছলাৰ শ্বেয়াৰৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পোৱাৰ ফলত...

Child: শিশুক কিয় মাৰ্ছেল আৰ্ট শিকাব লাগে..

মাৰ্ছেল আৰ্ট কেৱল শাৰীৰিক ব্যায়াম নহয়; ই এক সম্পূৰ্ণ জীৱনশৈলীক শিকোই যিয়ে শিশুৰ (Child) মানসিক আৰু শাৰীৰিক বিকাশৰ লগতে আত্মবিশ্বাস আৰু অনুশাসনৰ বিকাশ ঘটায়। আজিৰ যুগত শিশুৰ সামগ্ৰিক বিকাশৰ বাবে যুদ্ধ কলা শিকাৰ গুৰুত্ব বাঢ়িছে। আপোনাৰ সন্তানক কিয় যুদ্ধ কলা শিকাব লাগে জানো আহক।

TEA: চাহ খোৱাৰ পিছতে পানী খাই নেকি আপুনি, যদি খাই সাৱধান হওক

আমাৰ সমাজত চাহ নোখোৱা মানুহ প্ৰায়েই নাই। কাৰ্যালয় বা ঘৰ, আড্ডা বা অনুষ্ঠান কেতিয়াও চাহ অবিহনে ভাবিব নোৱাৰি। গৰম চাহে গা-মন সজীৱ কৰে, ভাগৰ...

এই ৫টা বৃত্তিৰ চাহিদা বাঢ়িছে, সফল হ’বলৈ কি কৰিব

বিশ্বৰ চাকৰিৰ বজাৰখন পূৰ্বতকৈ দ্ৰুতগতিত পৰিৱৰ্তিত হৈছে আৰু বৰ্তমানৰ বহু চাকৰি অতি সোনকালে নাইকিয়া হ’ব। PlayerUnibots.com বন্ধ কৰকশেহতীয়াকৈ বিশ্ব অৰ্থনৈতিক মঞ্চৰ এক অধ্যয়নত এই পৰিৱৰ্তনৰ...

Banana: ৭৫ কোটি টকীয়া এটা কল, কোনে কিনিলে, কোনে কেনেকৈ খাব

ইটালীৰ বিখ্যাত শিল্পী মৌৰিজিঅ’ কেটেলানে জনপ্ৰিয়তাক নুই কৰিব নোৱাৰি। ২০১৯ চনত তেওঁ এটা কলৰ জৰিয়তে আলোড়নৰ সৃষ্টি কৰিছিল, যিটো কল তেওঁ আকাশলংঘী মূল্যত বিক্ৰী...

Popular

হৰমুজ প্ৰণালীৰ সমীপত ভাৰতীয় জাহাজত আক্ৰমণৰ পাছত ইৰাণৰ প্ৰতিক্ৰিয়া, “ভাৰত-ইৰাণ সম্পৰ্ক অত্যন্ত সুদৃঢ়”

হৰমুজ প্ৰণালীৰ সমীপত ভাৰতীয় জাহাজত আক্ৰমণৰ পাছত ইৰাণৰ প্ৰতিক্ৰিয়া, “ভাৰত-ইৰাণ সম্পৰ্ক অত্যন্ত সুদৃঢ়”

‘দেশৰ কন্যাৰ লগত কথা পাতিবলৈ আহিছো,নাৰী শক্তিৰ উত্থান স্তব্ধ হৈ গ’ল’ – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

‘দেশৰ কন্যাৰ লগত কথা পাতিবলৈ আহিছো,নাৰী শক্তিৰ উত্থান স্তব্ধ হৈ গ’ল’ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Women’s Reservation Bill: বিৰোধীৰ বাধাত লোকসভাত গৃহীত নহ’ল মহিলাৰ আসন সংৰক্ষণ বিধেয়ক

Women's Reservation Bill: বিৰোধীৰ বাধাত লোকসভাত গৃহীত নহ’ল মহিলাৰ আসন সংৰক্ষণ বিধেয়ক

Marmita Mitra: ‘‘মই মৰ্মিতা মিত্ৰই অসমবাসীৰ ওচৰত ক্ষমা খুজিছোঁ, জুবিনদাদাৰ পৰিয়ালৰ ওচৰতো ক্ষমা খুজিছোঁ, ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই…’’, ভুল স্বীকাৰ কৰি অৱশেষত...

Marmita Mitra: ‘‘মই মৰ্মিতা মিত্ৰই অসমবাসীৰ ওচৰত ক্ষমা খুজিছোঁ, জুবিনদাদাৰ পৰিয়ালৰ ওচৰতো ক্ষমা খুজিছোঁ, ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই...’’, ভুল স্বীকাৰ কৰি অৱশেষত সামাজিক মাধ্যমত ক্ষমা বিচাৰিলে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই

Subscribe

spot_imgspot_img