Tag: HIMANTA BISWA SARMA

Browse our exclusive articles!

ধুবুৰী বিধানসভা সমষ্টিৰ গাঁৱে গাঁৱে গৈ ৰাইজৰ কাষত উপস্থিত হৈ বিভিন্ন সমস্যাৰ বুজ লয় বিধায়ক নজৰুল হকে

২৩ নং ধুবুৰী বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইৰ বিভিন্ন গাঁৱে গাঁৱে গৈ ৰাইজৰ কাষত উপস্থিত হৈ বিভিন্ন সমস্যাৰবুজ লয় বিধায়ক নজৰুল হকে। দৰাচলতে সমষ্টি খনৰ...

মৰিগাঁৱত প্ৰায় ৯১০.১৩ কোটি টকাৰ নিৰ্ধাৰিত পুঁজিৰে ১২টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

জনতাৰ মাজলৈ বিকাশৰ ভাগীৰথী যাত্ৰা অব্যাহত ৰাখি ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত মৰিগাঁও জিলাত প্ৰায় ৯১০.১৩ কোটি টকাৰ নিৰ্ধাৰিত পুঁজিৰে ১২টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ...

অসম সাহিত্য সভাৰ কৰ্মচাৰী সকলৰ প্ৰাপ্য দৰমহা আদায়ৰ দাবিত অসহযোগ আন্দোলন

অসম সাহিত্য সভাৰ কৰ্মচাৰী সকলৰ প্ৰাপ্য দৰমহা আদায়ৰ দাবিত চতুৰ্থ দিনৰ কাৰ্যসূচী অসহযোগ আন্দোলন চলাই যাব

দুবছৰে সন্ধানহীন নলবাৰীৰ দাহুদীৰ এজন যুৱক ! পুত্ৰৰ সন্ধান বিচাৰি হাবাথুৰি পিতৃ-মাতৃৰ

নলবাৰী জিলাৰ বেলশৰ আৰক্ষী থানাৰ অন্তৰ্গত দাহুদীৰ এজন যুৱক বিগত প্ৰায় দুবছৰে সন্ধানহীন হৈ থকাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে । উল্লেখ্য, পশ্চিম নলবাৰীৰ দাহুদীৰ...

এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত…

অসম কেবিনেটে আজি অসম লোকসেৱা আয়োগৰ অধীনত অনুষ্ঠিত হ’বলগীয়া নিযুক্তি পৰীক্ষাৰ সন্দৰ্ভত এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা অসম লোকসেৱা...

Popular

ডিজিটেল যুগত হেৰাই গৈছে শুভেচ্ছাবাহক কাৰ্ড…

ডিজিটেল যুগত হেৰাই গৈছে শুভেচ্ছাবাহক কাৰ্ড...

ডাইনীৰ সন্দেহত জীয়ন্তে জ্বলাই হত্যা, কাৰ্বি আংলঙত নৃশংস ঘটনা

ডাইনীৰ সন্দেহত জীয়ন্তে জ্বলাই হত্যা, কাৰ্বি আংলঙত নৃশংস ঘটনা

‘১০০ আসন’ ঘোষণা লৈ বিৰোধী শিবিৰত অশান্তি, মিত্ৰতাৰ ভৱিষ্যৎ লৈ প্ৰশ্ন

‘১০০ আসন’ ঘোষণা লৈ বিৰোধী শিবিৰত অশান্তি, মিত্ৰতাৰ ভৱিষ্যৎ লৈ প্ৰশ্ন

প্ৰচণ্ড শীতৰ বাবে বন্ধ বিদ্যালয় ! শিক্ষামন্ত্ৰী ৰণোজ পেগুে আকৌ কি ঘোষণা কৰিলে

ৰাজ্যজুৰি অব্যাহত থকা প্ৰচণ্ড শীত আৰু ঘন কুঁৱলীৰ বাবে...

Subscribe

spot_imgspot_img